ETV Bharat / jagte-raho

চিৰাঙত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে কৰায়ত্ত মহকুমাধিপতি - চিৰাং জিলা সদৰৰ মহকুমাধিপতি জয়ন্ত সৰকাৰ

চিৰাং জিলা সদৰ মহকুমাৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

চিৰাঙত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে কৰায়ত্ত মহকুমাধিপতি

author img

By

Published : May 28, 2020, 6:22 PM IST

চিৰাং, 28 মে' : চিৰাঙত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে কৰায়ত্ত এগৰাকী মহকুমাধিপতি ৷ চিৰাং জিলা সদৰৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে ৷

জিলাখনৰ চিদলীৰ ঠুঙ্কুবাৰীৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মুল্যৰ দোকানী ধনঞ্জয় বৰ্মনক এক লাখ টকাৰ দাবী জনাইছিল মহকুমাধিপতিগৰাকীয়ে । তাৰে আজি প্ৰথম কিস্তি হিচাপে ২০ হেজাৰ টকা লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় মহকুমাধিপতিগৰাকী । ইতিমধ্যে মহকুমাধিপতিগৰাকীৰ চৰকাৰী আৱাসত দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.