ETV Bharat / jagte-raho

প্ৰৱঞ্চক প্ৰতিষ্ঠানৰ বিৰুদ্ধে CBI ৰ 19 টা স্থানত তদন্ত - পাঞ্জাৱ নেচনেল বেংক

কেন্দ্ৰীয় অনুসন্ধান তথ্য চমুকৈ CBI য়ে শনিবাৰে জনাই যে, আহমেদাবাদৰ এটা আৰু দিল্লীৰ আন এটা কোম্পানীৰ বিৰুদ্ধে পৃথককৈ দুটা গোচৰ ৰুজু কৰা হৈছে ৷ অভিয়োগ অনুসৰি, আহমেদাবাদৰ কোম্পানীয়ে 67.07 কোটি টকা আৰু দিল্লীৰ কোম্পানীয়ে 64.78 কোটি টকা বেংকৰ ধন হৰলুকি কৰিছে ৷

CBI searches 19 locations in 2 separate bank fraud cases
প্ৰৱঞ্চক প্ৰতিষ্ঠানৰ বিৰুদ্ধে CBI ৰ 19 টা স্থানত তদন্ত
author img

By

Published : Dec 26, 2020, 6:06 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ : কেন্দ্ৰীয় অনুসন্ধান তথ্য চমুকৈ CBI য়ে শনিবাৰে জনাই যে, আহমেদাবাদৰ এটা আৰু দিল্লীৰ আন এটা কোম্পানীৰ বিৰুদ্ধে পৃথককৈ দুটা গোচৰ ৰুজু কৰা হৈছে ৷ অভিয়োগ অনুসৰি, আহমেদাবাদৰ কোম্পানীয়ে 67.07 কোটি টকা আৰু দিল্লীৰ কোম্পানীয়ে 64.78 কোটি টকা বেংকৰ ধন হৰলুকি কৰিছে ৷

গোচৰৰ ভিত্তিতে CBI য়ে, 10 টা স্থানত তদন্ত আৰম্ভ কৰাৰ লগতে মুম্বাই আৰু Krishna Knitwear Technology Ltd ৰ কাৰ্যালয়ত তদন্ত আৰম্ভ কৰিছে ৷

ভাৰতীয় ষ্টেট বেংকৰ অভিযোগৰ ভিত্তিতে CBI য়ে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, প্ৰতিষ্ঠানটোৱে 67.07 কোটি টকা বেংকৰ পৰা লুন্ঠন কৰিছে ৷

আনহাতে, Krishna Knitwear Technology Ltd য়ে নিম্নমানৰ সামগ্ৰী প্ৰস্তুত কৰিছে ৷

আনহাতে, প্ৰতিষ্ঠানটোৰ বিষয়াই অভিযোগ কৰা অনুসৰি, CBI য়ে তদন্তৰ নামত প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ নষ্ট কৰিছে ৷

একেদৰে, পাঞ্জাৱ নেচনেল বেংক আৰু সিন্ধ বেংকে দিল্লীৰ Alpine Realtech Pvt Ltd ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ উক্ত প্ৰতিষ্ঠানটোৱে দুয়োটা বেংকৰ পৰা 64.78 কোটি টকা লুন্ঠন কৰাৰ অভিযোগ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : চৰকাৰৰ নতুন প্ৰস্তাৱ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.