ETV Bharat / jagte-raho

বিলাসীপাৰাত আৰক্ষীৰ হাতত জব্দ চোৰাং গৰু

বিলাসীপাৰাত চোৰাং গৰু ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ ইতিমধ্যে সোমবাৰে নিশা 10 টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

author img

By

Published : Sep 1, 2020, 12:14 PM IST

Cattle Seized By Police At Bilasipara
বিলাসীপাৰাত আৰক্ষীৰ হাতত জব্দ চোৰাং গৰু

পশ্চিম বিলাসীপাৰা, 1 ছেপ্তেম্বৰঃ ধুবুৰীৰ বিলাসীপাৰাত আজিও সক্ৰিয় হৈ আছে চোৰাং গৰু ছিণ্ডিকেট ৷ তেনে এক ঘটনা সংঘটিত হৈ থকাৰ সময়তেই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় 10 টাকৈ চোৰাং গৰু ৷

বিলাসীপাৰাত আৰক্ষীৰ হাতত জব্দ চোৰাং গৰু

উল্লেখ্য যে, বিলাসীপাৰাৰ বগৰীবাৰীত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চোৰাং গৰু চিণ্ডিকেটৰ বিৰুদ্ধে এক অভিযান চলায় ৷ উক্ত অভিযানত আৰক্ষীয়ে শালবাৰীত টিপকাই নৈত নাৱত তুলিবলৈ লোৱা অৱস্থাত জব্দ কৰে গৰু ১০ টাকৈ চোৰাং গৰু ৷ ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে গৰু সৰবৰাহকাৰী কেইটা ৷ আনহাতে, চোৰাং গৰু সৰবৰাহকাৰীয়ে চোৰাং গৰুসমূহ নদী পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে পলায়ন কৰা গৰু সৰবৰাহকাৰীৰ কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত দুই NDFB কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.