বকো, 21 মাৰ্চ : বুধবাৰে বকোত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ স্বামীৰ হাতত নিহত হয় পত্নী ৷ তৰুণ বড়ো নামৰ 30বছৰীয়া এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক ৷ পাৰিবাৰিক কন্দলৰ বাবে লোকজনে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷
নিহত মহিলাগৰাকীৰ নাম কল্পনা বড়ো ৷ কল্পনাক পিছফালৰ পৰা ডিঙিত ঘপিয়াই যাৰ ফলত থিতাতে মৃত্যুক সাৱতি লয় মহিলাগৰাকীয়ে ৷ ইতিমধ্যই ঘটনা সন্দৰ্ভত স্বামী তৰুণ বড়োক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
স্বামীৰ হাতত নিহত পত্নী - তৰুণ বড়ো
বকোত স্বামীয়ে হত্যা কৰিলে পত্নীক

বকোত স্বামীৰ দাৰ ঘপত পত্নী নিহত
কামৰূপ জিলাৰ বকো আৰক্ষী চকীৰ অন্তৰ্গত দুৰাপাৰাত এক নিৰ্দয় ঘটনা সংঘটিত হৈছে। তৰুণ বড়ো (৩০) নামৰ এজন লোকে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে নিজৰ পত্নীক। জানিব পৰা মতে পাৰিবাৰিক কন্দলৰ বাবে তৰুণ বড়ো নামৰ লোকজনে নিজৰ পত্নী কল্পনা বড়োক(২৫) পিছফালৰ পৰা ডিঙিত তৰুণ বড়ো ঘপিয়াই হত্যা কৰে। তৰুণ বড়োক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
SLUG:
A_GHY_802_21MARCH_HUSBAND_KILL_WIFE_VIS_S_KHAN
FEED : FTP
SCRIPT : MAIL