ETV Bharat / jagte-raho

তেল চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা কোন এই জহৰ ? - জহৰ আলী

বিশেষ কৌশলৰে অঞ্চলটোৰ যি কোনো বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কৰাৰ অভিযোগ উঠিছে জহৰ আলীৰ বিৰুদ্ধে ৷ ইটা উদ্যোগৰ কৰ্মচাৰীয়ে হাতে লোটে ধৰা পেলাই আৰক্ষীৰ গতাই দিয়ে চোৰটোক ৷

তেল চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি বিলাসীপাৰাৰ জহৰ আলীৰ
author img

By

Published : Jun 8, 2019, 3:21 PM IST

বিলাসীপাৰা, 8 জুনঃ বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বিলাসীপাৰাৰ হাকামা প্ৰথম খণ্ড গাঁৱৰ জহৰ আলী নামৰ এটা চোৰে ৷ বিশেষ কৌশলেৰে অঞ্চলটোৰ যি কোনো বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কৰাৰ অভিযোগ উঠিছে জহৰ আলীৰ বিৰুদ্ধে ৷ শুকুৰবাৰে নিশা চোৰটোৱে বাহনৰ পৰা তেল চুৰি কৰিবলৈ বিলাসীপাৰাৰ গৌৰাং নগৰৰ বিজয় ইটা উদ্যোগত উপস্থিত হয় |

তেল চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি বিলাসীপাৰাৰ জহৰ আলীৰ

উল্লেখ্য যে, চোৰটোৱে ইটা উদ্যোগটোত ৰৈ থকা AS 17 B - 2030 নম্বৰৰ বাৰ চকীয়া ট্ৰাক খনক টাৰ্গেট কৰি লয় আৰু চেগ বুজি ট্ৰাক খনৰ তেলৰ টেংকিৰ তল ফালে বিশেষ কায়দাৰে কোনো শব্দ নোহোৱাকৈ খুলি তেল উলিয়াবলৈ ধৰে | কিন্তু চোৰৰ এই কাৰ্যৰ উমান পাই হাতে লোটে ধৰা পেলাই ইটা উদ্যোগটোৰ কৰ্মচাৰীসকলে ৷ পিচত স্থানীয় ৰাইজে চোৰটোক উত্তম মধ্যম দি গতাই দিয়ে স্থানীয় আৰক্ষীক ৷

লগতে পঢ়কঃ ধলা-কাণ্ডত দুই সদ্য আত্মসমৰ্পণকাৰী আলফা আটক

Intro:Slug:Bilasipara.Theif,
Date - 8-6-19
A. I - বিলাসীপাৰাত এজন চোৰৰ অভিনৱ কৌশলেৰে চুৰি কাৰ্য্য | কিন্তু চোৰ জনৰ কপাল বেয়া | কৌশলৰে চুৰি কৰি থকা অৱস্থাত হাতে লোটে ধৰা পৰিল গৃহস্থৰ হাতত | কত কেনে দৰে সংঘটিত হৈছে এই চুৰি কাৰ্য্য চাঁও আহক এক প্ৰতিবেদন |Body:V. O - এই চোৰ জন লৈ মন কৰক | নাম জহৰ আলী(২৮়) , ঘৰ বিলাসীপাৰাৰ হাকামা ১ম খণ্ড গাঁৱত | এওঁ আকৌ সিন্ধি খন্দা চোৰ নহয় | এওঁ বিশেষ কৌশলৰে যি কোনো বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কাৰ্য্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত | যোৱা নিশাও চোৰ জনে বাহনৰ পৰা তেল চুৰি কৰিবলৈ বিলাসীপাৰাৰ গৌৰাং নগৰৰ বিজয় ইটা উদ্যোগত উপস্থিত হয় | নিশা চোৰ জনে ইটা উদ্যোগটোত ৰৈ থকা AS 17 B - 2030 নম্বৰৰ বাৰ চকীয়া ট্ৰাক খনক টাৰ্গেট কৰি লয় | আৰু চেগ বুজি ট্ৰাক খনৰ তেল টেংকি টোৰ তল ফালে বিশেষ কায়দাৰে শব্দ নোহোৱা কৈ খুলি তেল উলিয়াবলৈ ধৰে | কিন্তু চোৰটোৰ কপাল বেয়া, ইটা উদ্যোগটোৰ কৰ্মচাৰীয়ে কেনেবাকৈ ঘটনাৰ উমান পাই চোৰ জনক হাতে লোটে ধৰা পেলায় | পিছত চোৰ জনৰ ঔ কিল সোধাই আজি বিলাসীপাৰা আৰক্ষীক গতাই দিয়ে | Conclusion:উল্লেখ্য যে চোৰ জনে কি পদ্ধতিৰে তেল চুৰি কাৰ্য্য সম্পাদন কৰি আহিছে তাক নিজে আকৌ দেখুৱাইও দিয়ে |
Bite জহৰ আলী ( চোৰ)
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.