ETV Bharat / international

Hindu women DSP in Pakistan police : মনিষা ৰ’পেটাই ৰচিলে ইতিহাস - Sindh civil service exam

পাকিস্তানত উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী হিন্দু মহিলা হিচাপে পৰিগণিত হৈছে (Manisha Ropeta creates history)মনিষা ৰ’পেটা । ইয়াৰ পূৰ্বে উমেৰকোট জিলাৰ পুষ্পা কুমাৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈ সিন্ধ আৰক্ষীৰ প্ৰথম হিন্দু সহকাৰী উপ-পৰিদৰ্শক হিচাপে সিন্ধ আৰক্ষীত যোগদান কৰিছিল (First Hindu women appointed in Pakistan police) ।

Hindu women DSP in Pakistan police
Hindu women DSP in Pakistan police
author img

By

Published : Jul 28, 2022, 8:27 PM IST

নিউজ ডেস্ক, 28 জানুৱাৰী: সিন্ধ লোকসেৱা আয়োগৰ পৰীক্ষাত (Sindh civil service exam) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মনিষা ৰ’পেটা পাকিস্তানত উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী হিন্দু মহিলা হিচাপে পৰিগণিত হৈছে (Manisha Ropeta creates history)। ২৬ বছৰীয়া যুৱতীগৰাকীৰ ঘৰ জাকবাবাদত । নিজৰ সফলতাত সুখী ৰ’পেটাই কয় যে, "মই বহুত কষ্ট কৰিবলগীয়া হৈছিল, সম্ভৱতঃ আনতকৈও বেছি কষ্ট কৰিবলগীয়া হৈছিল । কেতিয়াবা মই অনুভৱ কৰিছিলোঁ যে দিনবোৰ পাৰ হৈ যাব আৰু মই পঢ়াৰ বাহিৰে একো কৰা নাছিলো (First Hindu woman on post of DSP in Pakistan)।"

সিন্ধ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ডি এছ পি হিচাবে নিযুক্তি লাভ কৰা হিন্দু ধৰ্মীয় প্ৰথমগৰাকী মহিলা মনিষা । ৰ’পেটাই চিকিৎসা বিজ্ঞানৰ পেছা এৰি আৰক্ষী বিষয়া হোৱাৰ পৰিকল্পনা কৰিছিল । তেওঁ কয় যে, তেওঁ সদায় কিবা এটা অনন্য কাম কৰিব বিচাৰে (Hindu woman in Pakistan police)। ‘‘মই এমবিবিএছৰ বাবে যাম বুলি আশা কৰা হৈছিল ৷ কিন্তু যেতিয়া সেই আশা সফল নহ'ল ৷ মই ডিপিডিৰ বাবে যোৱাৰ কথা ভাবিলোঁ ।’’ ৰ’পেটাই কয় ৷

কবিতাৰ প্ৰতিও আগ্ৰহী মনিষা ৰ’পেটা এতিয়া ডি এছ পি প্ৰশিক্ষণ আৰম্ভ কৰি আৰক্ষী বাহিনীত সেৱা আগবঢ়াবলৈ উৎসাহিত হৈছে (Manish Ropeta of Pakistan police)।

যোৱা ১৩ এপ্ৰিলত সিন্ধ লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি ১৫২ গৰাকী সফল প্ৰাৰ্থীৰ মেৰিট তালিকাত ৰোপেটাই ১৬ সংখ্যক স্থান লাভ কৰে । ৰ’পেটাৰ পূৰ্বে উমেৰকোট জিলাৰ পুষ্পা কুমাৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈ সিন্ধ আৰক্ষীৰ প্ৰথম হিন্দু সহকাৰী উপ-পৰিদৰ্শক হিচাপে সিন্ধ আৰক্ষীত যোগদান কৰিছিল (First Hindu women appointed in Pakistan police) ।

লগতে পঢ়ক : Separated siblings reunion on Raksha Bandhan: এইবাৰৰ ৰাখী বন্ধনেই হ’ব পাৰে এহাল ভাতৃ-ভগ্নীৰ মিলনৰ শুভ মূহুৰ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.