ETV Bharat / international

আফগানিস্তানত ভূমিকম্পত মৃত্যু প্ৰায় 155 জনৰ

author img

By

Published : Jun 22, 2022, 11:49 AM IST

আফগানিস্তানত ভয়ংকৰ ভূমিকম্প ৷ ভূমিকম্পটোত প্ৰাণ হেৰুৱাইছে প্ৰায় 155 গৰাকী লোকে (Afghanistan earthquake) ৷

Afghanistan earthquake
Afghanistan earthquake

নিউজ ডেস্ক, 22 জানুৱাৰী : আফগানিস্তানত ভয়ংকৰ ভূমিকম্প (Afghanistan earthquake) ৷ ৰিখটাৰ স্কেলত 6.1 প্ৰাৱল্যৰ ভূমিকম্পটোত প্ৰাণ হেৰুৱাইছে প্ৰায় 155 গৰাকী লোকে (Afghanistan earthquake kills at least 155 people)৷ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে এই তথ্য ৷

আফগানিস্তানৰ চৰকাৰী সংবাদ সংস্থাই দেশখনৰ পূব পাকটিকা প্ৰদেশত ভূমিকম্পটো হোৱা বুলি জনাইছে ৷ উদ্ধাৰকাৰীসকল হেলিকপ্টাৰেৰে সেই স্থানলৈ ৰাওনা হোৱাপৰ খবৰ পোৱা গৈছে ৷ অঞ্চলটোত বাস কৰা প্ৰায় 255 গৰাকী লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও বিভাগৰ ফালৰ পৰা জনোৱা মতে প্ৰায় 155 জনে প্ৰাণ হেৰুৱাইছে বৰ্তমানলৈ ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.