চিলি, 19 জানুৱাৰী : সোমবাৰে উত্তৰ-পশ্চিম আৰ্জেনটিনা আৰু চিলি সীমান্তত ভূইকঁপে জোকাৰি থৈ যায় ৷ দুয়োখন দেশৰ মাজত হোৱা এই বৰ ভূইকঁপত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ উমান পোৱা নাই ৷
মাৰ্কিন ভৌগলিক জৰীপ অনুসৰি এই ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল প্ৰায় 6.4 আৰু ইয়াৰ মূল অভিকেন্দ্ৰ আছিল দক্ষিণ-পশ্চিম পাৰচিট'ৰ পৰা 27.6 কি.মি. নিলগত ৷
লগতে পঢ়ক : অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ