ETV Bharat / international

ইৰাকত ম’বিলাইজেছন ফোৰ্চৰ কনভয়ত এয়াৰ ষ্ট্ৰাইক, নিহত 5 - ইৰাকত ম’বিলাইজেছন ফোৰ্চৰ কনভয়ত এয়াৰ ষ্ট্ৰাইক

"মোবিলাইজেছন ফোৰ্চৰ এক কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি, এই আক্ৰমণত পাঁচজন লোকৰ মৃত্যু হৈছে ৷ এই পৰ্যন্ত তেঁওলোকৰ নামসমূহ জানিব পৰা হোৱা নাই ৷"- সূত্ৰই প্ৰকাশ কৰে ৷

Airstrike on Iraqi Shia militia 5 dead
ইৰাকত ম’বিলাইজেছন ফোৰ্চৰ কনভয়ত এয়াৰ ষ্ট্ৰাইক,নিহত 5
author img

By

Published : Jan 4, 2020, 9:57 AM IST

Updated : Jan 4, 2020, 10:20 AM IST

ইন্টাৰনেশ্যনেল ডেক্স,4 জানুৱাৰীঃ ইৰাকৰ ছিয়া প্ৰসিদ্ধ ম’বিলাইজেছন ফোৰ্চৰ কনভয়ৰ ওপৰত হোৱা এক এয়াৰ ষ্ট্ৰাইকত পাঁচ জনকৈ লোকৰ মৃত্যু ৷ স্পুটনিকক এই কথা সদৰি কৰে নিৰাপত্তা বাহিনীৰ লোকে ৷ শনিবাৰে পুৱাৰ ভাগত বাগদাদৰ উত্তৰ জিলা তাজিত এক শক্তিশালী বিস্ফোৰণৰ কথা স্পুটনিকক জনাইছিল নিৰাপত্তা সূত্ৰই ৷

"মোবিলাইজেছন ফোৰ্চৰ এক কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি, এই আক্ৰমণত পাঁচজন লোকৰ মৃত্যু হৈছে ৷ এই পৰ্যন্ত তেঁওলোকৰ নামসমূহ জানিব পৰা হৈৱা নাই ৷"- সূত্ৰই প্ৰকাশ কৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বাগদাদ বিমান বন্দৰত আমেৰিকাই সংঘটিত কৰা ড্ৰোণ আক্ৰমণত মৃত্যু হয় ইৰাণৰ এলাইট কুদচ ফোৰ্চৰ জেনেৰেল কাচেম ছোলেইমানিৰ ৷

আৰু পঢ়ক-ঘন কুঁৱলীৰ বাবে মধ্যপ্ৰদেশত সংঘটিত বিমান দুৰ্ঘটনাঃপাইলটৰ মৃত্যু

Intro:Body:

IRAQ AIR STRIKE

Conclusion:
Last Updated : Jan 4, 2020, 10:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.