ETV Bharat / international

দক্ষিণ কান্দহাৰ প্ৰদেশত নিহত ১৫ তালিবান সন্ত্ৰাসবাদী

author img

By

Published : Dec 7, 2020, 6:05 PM IST

দক্ষিণ কান্দহাৰ প্ৰদেশত আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে ১৫ জনকৈ তালিবান সন্ত্ৰাসবাদীক নিহত কৰে ৷ সন্ত্ৰাসবাদীৰ দলটোৱে সুৰক্ষা বাহিনীৰ ওপৰত চলোৱা আক্ৰমণৰ সুৰক্ষা বাহিনীয়ে দিয়া প্ৰত্যুত্তৰত নিহত হয় আটাইকেইজন সন্ত্ৰাসবাদী ৷

15 Taliban terrorists killed in retaliatory attacks by Afghan Forces in Kandahar
দক্ষিণ কান্দহাৰ প্ৰদেশত নিহত ১৫ টা তালিবান সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 7 ডিচেম্বৰ : দক্ষিণ কান্দহাৰ প্ৰদেশত আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে ১৫ জনকৈ তালিবান সন্ত্ৰাসবাদীক নিহত কৰে ৷ সন্ত্ৰাসবাদীৰ দলটোৱে সুৰক্ষা বাহিনীৰ ওপৰত চলোৱা আক্ৰমণৰ সুৰক্ষা বাহিনীয়ে দিয়া প্ৰত্যুত্তৰত নিহত হয় আটাইকেইজন সন্ত্ৰাসবাদী ৷ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে এই তথ্য ৷

আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি যোগ্ কয় যে, "আফগান বাহিনীয়ে সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত ১৫ জন তালিবান সন্ত্ৰাসবাদী নিহত হয় আৰু আন ৫ জন সন্ত্ৰাসবাদী আঘাতপ্ৰাপ্ত হয় ৷"

মন্ত্ৰালয়ে লগতে কয় যে, যুদ্ধত তালিবানৰ অস্ত্ৰ-শস্ত্ৰ ধ্বংস হৈছে ৷ লগতে তালিবানে সংস্থাপন কৰা 5 টাকৈ আই ই ডিৰ সন্ধান উলিয়াই নিষ্কিয় কৰা হয় ৷

লগতে পঢ়ক: পত্নীক হত্যা কৰি মোবাইলত গে’ম খেলি থকা অৱস্থাত উদ্ধাৰ স্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.