ETV Bharat / international

ভেনিনজুৱেলা আৰু ত্ৰিনিডাদৰ মাজত জাহাজ দুৰ্ঘটনাত নিহত ১৪ - Coast guard patrol boat

ত্ৰিনিডাদ আৰু তবগোৰ উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা অনূসৰি ৬ ডিচেম্বৰত ২০ গৰাকী যাত্ৰী লৈ যাত্ৰা কৰিছিল দুৰ্ঘটনাত পতিত জাহাজখনে ।

জাহাজ দূৰ্ঘটনাত পতিত
জাহাজ দূৰ্ঘটনাত পতিত
author img

By

Published : Dec 14, 2020, 8:22 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : শ্ৰমিক কঢ়িয়াই নিয়া এখন জাহাজ দুৰ্ঘটনাত পতিত হৈ ১৪ জনকৈ লোক নিহত হয় । ঘটনাটো সংঘটিত হয় ত্ৰিনিডাদ আৰু ভেনিনজুৱেলাৰ মাজত ।

নিহতসকলৰ ভিতৰত ১১ জনৰ মৃতদেহ উদ্ধাৰ কৰে ত্ৰিনিডাদ আৰু তবগোৰ উপকূলৰক্ষী বাহিনীয়ে । আনহাতে এতিয়াও ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰ কাৰী বাহিনীয়ে । ত্ৰিনিডাদ আৰু তবগোৰ উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা অনূসৰি ৬ ডিচেম্বৰত ২০ গৰাকী যাত্ৰী লৈ যাত্ৰা কৰিছিল দুৰ্ঘটনাত পতিত জাহাজখনে । ঘটনা সন্দৰ্ভত চৰকাৰী পক্ষৰ পৰা তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.