ETV Bharat / international

কোৰিয়ান যুদ্ধৰ বাৰ্ষিকীত আমেৰিকাৰ বিৰুদ্ধে সৰৱ শ্বি জিনপিং - শ্বি জিনপিং

আমেৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং ৷ 1950-53 চনৰ কোৰিয়ান যুদ্ধৰ 70 বছৰীয়া বাৰ্ষিকীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ "একনায়কত্ববাদ,ৰক্ষণশীলতা আৰু অধিক অহংকাৰী মনোভাৱ"ক তিৰস্কাৰ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

কোৰিয়ান যুদ্ধৰ বাৰ্ষিকীত আমেৰিকাৰ বিৰুদ্ধে সৰৱ শ্বি জিনপিং

author img

By

Published : Oct 23, 2020, 12:26 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ: 1950-53 চনৰ কোৰিয়ান যুদ্ধৰ 70 বছৰীয়া বাৰ্ষিকীত আমেৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি "একনায়কত্ববাদ, ৰক্ষণশীলতা আৰু অধিক অহংকাৰী মনোভাৱ"ক তিৰস্কাৰ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

চীনে সেই যুদ্ধৰ উদ্ধৃতি প্ৰদান কৰে,য'ত আমেৰিকা নেতৃত্বাধীন ৰাষ্ট্ৰসংঘৰ জোঁটৰ বিৰুদ্ধে উত্তৰ কোৰিয়া বাহিনীক সহায়ৰ বাবে সেনা প্ৰেৰণ কৰিছিল "মাৰ্কিন আগ্ৰাসন ৰোধ আৰু কোৰিয়া প্ৰতিৰোধৰ যুদ্ধ" হিচাপে ৷ যদিও যুদ্ধ অচলাৱস্থাত সমাপ্ত হৈছিল,সেই যুদ্ধই কিন্তু চীনক বিশ্ব দৰবাৰত খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত কৰিছিল ৷

ইপিনে বেইজিং উত্তৰ কোৰিয়াৰ আটাইতকৈ অধিক গুৰুত্বপূৰ্ণ কূটনৈতিক সহযোগী তথা বাণিজ্যিক অংশীদাৰ হিচাপে ৰৈ গৈছে ৷ তেওঁলোকে নিজৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপনাস্ত্ৰ কাৰ্যক্ৰমণিকাক সমাপ্ত কৰাৰ সংকেত প্ৰদান কৰিবলৈ প্যংয়াঙত আৰ্থিক চাপ আনিবলৈ কৰা আমেৰিকাৰ প্ৰয়াসক পিচ পেলায় ৷

লগতে পঢ়ক: ৰাছিয়ান হেকাৰৰ লক্ষ্য ৰাজ্যিক আৰু স্থানীয় নেটৱৰ্ক: আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.