ETV Bharat / international

আমেৰিকাৰ বিমান বন্দৰত অকলশৰীয়া প্ৰধানমন্ত্ৰী ইমৰান খান

টুইটাৰৰ জৰিয়তে সমালোচনাৰ সন্মুখীন পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ আমেৰিকাত উপস্থিত হোৱাৰ পাছতে তেওঁক আদৰিবলৈ উপস্থিতি নহ'ল ট্ৰাম্প কাৰ্যালয়ৰ কোনো বিষয়ববীয়া ৷

author img

By

Published : Jul 21, 2019, 6:51 PM IST

ইমৰান খান

ইন্টাৰনেশ্বনেল ডেস্ক, 21 জুলাই : আমেৰিকাৰ মাটিত প্ৰথম বাৰৰ বাবে ইমৰান খানে প্ৰধানমন্ত্ৰী হিচাপে খোজ দিয়াৰ পাছতে সমগ্ৰ পাকিস্তানত উছাহ - উদ্দীপনা লক্ষ্য কৰা হৈছে ৷ কিন্তু ইমৰান খানৰ এই ভ্ৰমণক লৈ ট্ৰাম্প প্ৰশাসনৰ মুঠেও উৎসাহ দেখা পোৱা নগ'ল ৷ প্ৰতিবেদন অনুসৰি, শনিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত নহ'ল কোনো বিষয়ববীয়া ৷

ETV BHARAT ASSAM
টুইটাৰ ব্যৱহাৰকাৰীৰ কটাক্ষৰ বলি ইমৰান খান

ব্যয় কম কৰাৰ লক্ষ্যৰে ব্যক্তিগত বিমানৰ পৰিৱৰ্তে ৰাজহুৱা বিমানেৰে আমেৰিকালৈ উৰা মৰা প্ৰধানমন্ত্ৰী গৰাকীক আমেৰিকাৰ বিমানবন্দৰত আদৰণী জনাই পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ আমেৰিকাত যথাযোগ্য আদৰণী নোপোৱাৰ পাছতে টুইটাৰ ব্যৱহাৰকাৰী সকলে বিভিন্ন টুইটেৰে কটাক্ষ কৰে পাকিস্তানী প্ৰধানমন্ত্ৰী গৰাকীক ৷

উল্লেখ্য যে, জুলাইৰ 22 তাৰিখে খানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হ'ব ৷ এই আলোচনাতে খানে আফগানিস্তান আৰু দক্ষিণ এছিয়াৰ শান্তি সম্পৰ্কত ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰিব ৷

TWITTERATI TROLL IMRAN KHAN FOR NOT GETTING DUE WELCOME AT US AIRPORT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.