ETV Bharat / international

ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সামৰিক সন্মান প্ৰদান ছিংগাপুৰ বায়ুসেনাৰ ৷ সোমবাৰে ছিংগাপুৰত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত বিশেষ সামৰিক সন্মান প্ৰদান কৰে বায়ুসেনাই ৷

চেমবাৱাং বায়ুসেনা চাউনীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By

Published : Nov 19, 2019, 1:47 PM IST

নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃ ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে দেশখনত উপস্থিত হয় ৰাজনাথ সিং ৷ দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাত অংশগ্ৰহণ কৰাৰ পূৰ্বেই ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী চিয়েন লুঙৰ সৈতে আলোচনাত মিলিত হয় ৰাজনাথ সিং ৷

  • Raksha Mantri Shri @rajnathsingh taking a familiarisation air sortie in Super Puma Helicopter of Republic of Singapore Air Force.
    He is on a two day visit to Singapore. pic.twitter.com/Ggukr7K3xY

    — रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) November 19, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ছিংগাপুৰত উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰতিৰক্ষা মন্ত্ৰীৰ ছিংগাপুৰ ভ্ৰমণৰ কথা প্ৰকাশ কৰিছে ৷ ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীক ছিংগাপুৰ বায়ুসেনাৰ অন্তৰ্গত দেশখনৰ উত্তৰ অংশত অৱস্থিত চেমবাৱাং বায়ুসেনা চাউনীত বিশেষ সামৰিক সন্মান প্ৰদান কৰে বায়ুসেনাই ৷

বেংককত অনুষ্ঠিত হোৱা আছিয়ানৰ Defence Ministers' Meeting Plus (ADMM Plus)ত অংশগ্ৰহণ কৰি পোনে পোনে ছিংগাপুৰত উপস্থিত হয় ৰাজনাথ সিং ৷ দেশখনৰ চেমবাৱাং বায়ুসেনা চাউনীত সামৰিক সন্মান গ্ৰহণ কৰাৰ পিচতেই ছিংগাপুৰ বায়ুসেনাৰ Super Puma হেলিকপ্টাৰত এক পৰীক্ষণমুলক যাত্ৰাও সম্পন্ন কৰে ৰাজনাথ সিঙে ৷

Intro:Body:

ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সামৰিক সন্মান প্ৰদান ছিংগাপুৰ বায়ুসেনাৰ ৷ সোমবাৰে ছিংগাপুৰত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত বিশেষ সামৰিক সন্মান প্ৰদান কৰে বায়ুসেনাই ৷ 

নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃ ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে দেশখনত উপস্থিত হয় ৰাজনাথ সিং ৷ দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাত অংশগ্ৰহণ কৰাৰ পূৰ্বেই ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী চিয়েন লুঙৰ সৈতে আলোচনাত মিলিত হয় ৰাজনাথ সিং ৷ 

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ছিংগাপুৰত উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰতিৰক্ষা মন্ত্ৰীৰ ছিংগাপুৰ ভ্ৰমণৰ কথা প্ৰকাশ কৰিছে ৷ ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীক ছিংগাপুৰ বায়ুসেনাৰ অন্তৰ্গত দেশখনৰ উত্তৰ অংশত অৱস্থিত চেমবাৱাং বায়ুসেনা চাউনীত বিশেষ সামৰিক সন্মান প্ৰদান কৰে বায়ুসেনাই ৷ 

বেংককত অনুষ্ঠিত হোৱা আছিয়ানৰ Defence Ministers' Meeting Plus (ADMM Plus)ত অংশগ্ৰহণ কৰি পোনে পোনে ছিংগাপুৰত উপস্থিত হয় ৰাজনাথ সিং ৷ দেশখনৰ চেমবাৱাং বায়ুসেনা চাউনীত সামৰিক সন্মান গ্ৰহণ কৰাৰ পিচতেই ছিংগাপুৰ বায়ুসেনাৰ Super Puma হেলিকপ্টাৰত এক পৰীক্ষণমুলক যাত্ৰাও সম্পন্ন কৰে ৰাজনাথ সিঙে ৷

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.