ETV Bharat / international

ৰাজাপাকসাক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি কোবিন্দে

ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকসাক আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৷ তিনিদিনৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ৰাজাপাকসাৰ তিনিদিনীয়া ভাৰত ভ্ৰমণ
ৰাজাপাকসাক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি কোবিন্দে
author img

By

Published : Nov 29, 2019, 12:54 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 29 নৱেম্বৰ : তিনিদিনৰ বাবে ভাৰত ভ্ৰমণৰত নৱ নিৰ্বাচিত শ্ৰীলংকান ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকসাক ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনালে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ পাচতে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক স্মৰণ কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

  • Delhi: President of Sri Lanka Gotabaya Rajapaksa upon his arrival at Rashtrapati Bhawan was received by President Ram Nath Kovind and Prime Minister Narendra Modi. pic.twitter.com/97XPlWtcUQ

    — ANI (@ANI) November 29, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ লক্ষ্যৰে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে আলোচনাত মিলিত হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷ কিছুদিন পূৰ্বে শ্ৰীলংকাত অনুষ্ঠিত নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাচতে ভাৰত ভ্ৰমণ কৰে ৰাজাপাকসাই ৷ বৃহস্পতিবাৰে দেশৰ ৰাজধানী দিল্লীত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী ভি. কে. সিঙে উষ্ম আদৰণি জনায় ৷

ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপস্থিত থাকে দেশখনৰ উচ্চপদস্থ বিষয়া যেনে, বৈদেশিক সচিব ৰবিনাথা আৰ্যসিনহা আৰু কোষাধ্যক্ষ এছ. আৰ. আট্টিগালে ৷

আৰু পঢ়ক : লুৎফুৰৰ দৰদী কণ্ঠত মোহাচ্ছন্ন অজস্ৰজন

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.