ইন্টাৰনেশ্যনেল ডেস্ক, 30 অক্টোবৰ : ছৌদি আৰৱৰ দুদিনীয়া ভ্ৰমণসূচী সামৰি বুধবাৰে ভাৰতলৈ উভতিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে ভৱিষ্যৎ বিনিয়োগৰ পদক্ষেপ (Future Investment Initiative) ফ'ৰামৰ তৃতীয় অধিবেশনত উপস্থিত থাকে ৷
এই ভ্ৰমণকালতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 12 খনকৈ বুজাবুজিৰ চুক্তিত উপনীত হয় ৷ এই সমূহৰ ভিতৰত আছিল -শক্তি,নগৰীয়া বিমান চলন,নিৰাপত্তা সহযোগিতা,প্ৰতিৰক্ষা, চিকিৎসা সামগ্ৰীৰ বিনিময় আদি ৷
ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটাৰৰ জৰিয়তে কয়, "দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নিজ দেশক আৰু এক খোজ আগবঢ়াই ভাৰতলৈ উভতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷"
-
Leaving with a marked upswing in bilateral relations.
— Raveesh Kumar (@MEAIndia) October 29, 2019 " class="align-text-top noRightClick twitterSection" data="
PM @narendramodi departs from Riyadh after steering the India-Saudi relationship on a upward trajectory pointing towards greater collaboration in future. pic.twitter.com/xZyLRhtDdB
">Leaving with a marked upswing in bilateral relations.
— Raveesh Kumar (@MEAIndia) October 29, 2019
PM @narendramodi departs from Riyadh after steering the India-Saudi relationship on a upward trajectory pointing towards greater collaboration in future. pic.twitter.com/xZyLRhtDdBLeaving with a marked upswing in bilateral relations.
— Raveesh Kumar (@MEAIndia) October 29, 2019
PM @narendramodi departs from Riyadh after steering the India-Saudi relationship on a upward trajectory pointing towards greater collaboration in future. pic.twitter.com/xZyLRhtDdB
আৰু পঢ়ক : ৰিয়াধৰ ছৌদি ৰাজপ্ৰসাদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী