ETV Bharat / international

মাছুদ আজহাৰৰ মৃত্যু ? -মিডিয়া ৰিপোৰ্ট

author img

By

Published : Mar 5, 2019, 6:06 AM IST

ইছলামাবাদৰ এখন সামৰিক চিকিৎসালয়ত যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ জইচ-ই মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

MASOOD AZHAR

নিউজ ডেস্ক, ৩ মাৰ্চ: জইচ-ই মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ মৃত্যুৰ খবৰ বিয়পি পৰিছে এক অনিশ্চিত সূত্ৰৰ জৰিয়তে । শনিবাৰে ইছলামাবাদৰ এখন সামৰিক চিকিৎসালয়ত যকৃতৰ কৰ্কট ৰোগত সন্ত্ৰাসবাদী নেতাজনৰ মৃত্যুৰ দাবী কৰিছে সূত্ৰটোৱে । অৱশ্যে পাকিস্তান আৰু জইচ-ই মহম্মদে এই ক্ষেত্ৰত কোনো নিশ্চয়তা প্ৰদান কৰা নাই ।

ETV BHARAT
MASOOD AZHAR

মাৰ্চ মাহৰ ১ তাৰিখে চি এন এনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে নিশ্চয়তা প্ৰদান কৰে যে মাছুদ আজহাৰ পাকিস্তানতে আছে আৰু তেওঁ অসুস্থ ।

MASOOD AZHAR DEAD? - MEDIA REPORTS

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.