ETV Bharat / international

বৰ্হিবিশ্বৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ সিদ্ধান্ত কিম জং উনৰ - বৰ্হিবিশ্বৰ সৈতে সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ সিদ্ধান্ত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ

দলীয় মিটিঙত বৰ্হিবিশ্বৰ সৈতে সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ সিদ্ধান্ত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ৷ বিশেষজ্ঞৰ মতে বাইডেন প্ৰশাসনৰ সৈতে আলোচনা কৰাৰ পূৰ্বে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সৈতে মিত্ৰতাৰ হাত আগবঢ়োৱাৰ সম্ভাৱনা আছে ৷

Kim vows to improve ties with outside world at party meeting

author img

By

Published : Jan 8, 2021, 10:39 PM IST

নেচনেল ডেস্ক, 8 জানুৱাৰী: একেৰাহে তৃতীয়টো দিনৰ বাবে এক বিশেষ ৰাজনৈতিক সন্মিলন সম্বোধন কৰি উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বাহিৰৰ বিশ্বৰ সৈতে তেওঁৰ দেশৰ সম্পৰ্ক উন্নত কৰাৰ ওপৰত আলোকপাত কৰে ৷

উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে কিমে প্ৰতিদ্বন্দী দক্ষিণ কোৰিয়াৰ সৈতে সম্পৰ্ক সন্দৰ্ভতো পৰ্যালোচনা কৰে যদিও তেওঁ ল'ব বিচৰা পদক্ষেপ সন্দৰ্ভত কোনো ধৰণৰ বাখ্যা আগবঢ়োৱা পৰিলক্ষিত ন'হল ৷

গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যবেক্ষক সকলে পাঁচ বছৰত কিমে শাসনাধিষ্ঠ দলৰ প্ৰথম কংগ্ৰেছৰ জৰিয়তে চিওল আৰু ৱাশ্চিংটনলৈ এক মিত্ৰতাসূচক ইংগিত দিয়াটো আশা কৰিছিল ৷

বৃহস্পতিবাৰৰ তৃতীয় দিনৰ বক্তব্যত কিমে দলৰ সাধাৰণ দৃষ্টিভংগীৰ লগতে বাহ্যিক সম্পৰ্কৰ ব্যাপক প্ৰসাৰ আৰু উন্নয়নৰ উদ্দেশ্যে দলৰ নীতিগত অৱস্থানৰ কথা ঘোষণা কৰে ৷

উদ্বোধনী দিনৰ ভাষণত কিমে স্বীকাৰ কৰে যে তেওঁৰ পূৰ্বৰ অৰ্থনৈতিক উন্নয়ন পৰিকল্পনা সমূহ বিফল হৈছে সেয়ে পুনৰ এক পাঁচ বছৰীয়া উন্নয়ন পৰিকল্পনা হাতত লোৱা হৈছে ৷

লগতে পঢ়ক: আমেৰিকা কেপিট’ল হিল ঘেৰাও : মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.