ETV Bharat / international

অচিৰেই বজাৰত উপলব্ধ হ'ব iPhone 13 Pro

আইফোন 13 লাইন আপ আৰম্ভ কৰাৰ পৰিকল্পনা এপ’লৰ । উন্নত প’ৰ্ট্ৰেট মুডৰ সৈতে এটা নতুন মেট ব্লেক বিকল্পত iPhone 13 Pro প্ৰস্তুতিৰ পৰিকল্পনা অব্যাহত ৰাখিছে । এক নতুন ষ্টেইনলেছ ষ্টিল লেপ যি স্মজ, ফিংগাৰ প্ৰিণ্ট আৰু নতুন বেক কেমেৰা ডিজাইন হ্ৰাস কৰাৰ পৰিকল্পনা এপল'ৰ ।

অচিৰেই বজাৰত উপলব্ধ হ'ব iPhone 13 Pro
অচিৰেই বজাৰত উপলব্ধ হ'ব iPhone 13 Pro
author img

By

Published : Mar 29, 2021, 5:05 PM IST

বিজনেছ ডেস্ক,২৯ মাৰ্চ: আইফোন 13 লাইন আপ আৰম্ভ কৰাৰ পৰিকল্পনা এপ’লৰ । উন্নত প’ৰ্ট্ৰেট মুডৰ সৈতে এটা নতুন মেট ব্লেক বিকল্পত iPhone 13 Pro প্ৰস্তুতিৰ পৰিকল্পনা অব্যাহত ৰাখিছে । এক নতুন ষ্টেইনলেছ ষ্টিল লেপ যি স্মজ, ফিংগাৰ প্ৰিণ্ট আৰু নতুন বেক কেমেৰা ডিজাইন হ্ৰাস কৰাৰ পৰিকল্পনা এপল'ৰ । ইয়াৰোপৰি, এপ’লে স্পষ্টভাৱে ব্ৰঞ্জ/কমলা ৰঙেৰে পৰীক্ষা কৰিছে । কিন্তু এইবছৰ আৰম্ভ নহয় বুলি এক প্ৰতিবেদনযোগে জনোৱা হয় ।

নতুন প্ৰ' আইফোনৰ প'ৰ্ট্ৰেট মুডটো LiDAR ৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব । LiDAR, বৰ্তমান iPhone ১২ Pro, Pro Max, আৰু iPad Proত, উন্নত নিম্ন পোহৰৰ ফটোগ্ৰাফীৰ বাবে ব্যৱহাৰ কৰা হয় । এই বৰ্ষৰ শেষৰ পিনে এপল' iPhone ১৩ মডেল আৰম্ভ হ'ব বুলি আশা কৰা হৈছে । সম্ভৱতঃ ফেচ আইডিৰ উপৰিও প্ৰমাণিকীৰণৰ বাবে অন্তৰ্ভূক্ত এটা ফিংগাৰ প্ৰিণ্ট স্কেনাৰ থাকিব । ইয়াৰোপৰিও নতুন iPhone ১৩ এ কোৱালকমৰ স্নেপড্ৰেগন X৬০ ৫G মডেম ব্যৱহাৰ কৰিব ।

লগতে পঢ়ক: ধনী দেশক কৰ'ণা প্ৰতিষেধক দান কৰিবলৈ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.