ETV Bharat / international

মুছলমানৰ সৈতে বৈষম্য হোৱা বুলি পাকিস্তানে কৰা অভিযোগ খণ্ডণ ভাৰতৰ - পাকিস্তানে কৰা অভিযোগ খণ্ডণ ভাৰতৰ

কৰ'ণা ভাইৰাছৰ পটভূমিৰ বাবে ভাৰতত মুছমানসকলক বৈষম্যমূলক ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে । এই অভিযোগৰ পাচতে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই প্ৰত্যুত্তৰ দি কয় যে, পাকিস্তানৰ নিজা সমস্যা সমূহ ঢাকিবলৈ এনে "আজব টিপ্পনী" বোৰ দিছে ।

মুছলমানৰ সৈতে বৈষম্য হোৱা বুলি পাকিস্তানে কৰা অভিযোগ খণ্ডণ ভাৰতৰ

author img

By

Published : Apr 20, 2020, 1:23 PM IST

নিউজ ডেস্ক, 20 এপ্ৰিলঃ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৰা অভিযোগৰ যোগ্য প্ৰত্যুত্যৰ দি দেওবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে অভিযোগ খণ্ডণ কৰে ।

ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীৱাস্তৱে কয় যে,পাকিস্তানৰ নেতাই এই অভিযোগ কৰি এক ভুৱা আৰু "আজব টিপ্পনী" দিছে আৰু দেশখনৰ আভ্যন্তৰীণ সমস্যা সমাধান কৰিব নোৱাৰি জনতাৰ দৃষ্টি আঁতৰাবলৈ এই কাম কৰিছে ।

  • The deliberate & violent targeting of Muslims in India by Modi Govt to divert the backlash over its COVID19 policy, which has left thousands stranded & hungry, is akin to what Nazis did to Jews in Gerrmany. Yet more proof of the racist Hindutva Supremacist ideology of Modi Govt.

    — Imran Khan (@ImranKhanPTI) April 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে ভাৰতৰ বিৰুদ্ধে এক অভিযোগ কৰি টুইটাৰত প্ৰকাশ কৰিছিল। খানৰ অভিযোগ আছিল যে,ভাৰতত কৰ'ণা ভাইৰাছৰ সংকট কালত মুছলমান সকলক বৈষম্য কৰা হৈছে ।

লগতে চাওকঃ জম্মু-কাশ্মীৰত আৰক্ষী জোৱানক গুলিয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.