ETV Bharat / international

এইবাৰ ইমৰাণ খানৰ ইৰাণ ভ্ৰমন

এইবাৰ ইৰাণ ভ্ৰমনলৈ উৰা মাৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান । এই কথা প্ৰকাশ কৰে ইৰাণৰ এক নিউজ এজেন্সী আৰু পাকিস্তানৰ বিদেশ মন্ত্ৰনালয়ৰ মুখপাত্ৰ মহম্মদ ফেইজলে ।

IMRAN KHAN TO VISIT IRAN
author img

By

Published : Apr 14, 2019, 11:04 PM IST

নিউজ ডেস্ক, ১৪ এপ্ৰিল: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান শীঘ্ৰেই ইৰাণ ভ্ৰমনলৈ উৰা মাৰিব । এই কথা প্ৰকাশ কৰিছে ইৰাণৰ এক নিউজ এজেন্সীয়ে । একেই কথাৰ নিশ্চয়তা প্ৰদান কৰি পাকিস্তানৰ বিদেশ মন্ত্ৰনালয়ৰ মুখপাত্ৰ মহম্মদ ফেইজলে কয় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে খুব সোনকালেই ইৰাণ ভ্ৰমন কৰিব । যোৱা বছৰৰ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পাছত এইয়াই তেওঁৰ প্ৰথম ইৰাণ ভ্ৰমন ।

ETV BHARAT
IMRAN KHAN TO VISIT IRAN

উল্লেখ্য যে, ইৰাণত ১৩ ফেব্ৰুৱাৰী তাৰিখে এক আত্মঘাটী বোমাৰুৰ আক্ৰমণত ২৭ জনকৈ জোৱানে মৃত্যুক সাৱটিব লগা হোৱাৰ পাছতে দুয়ো দেশৰ মাজত এক যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হৈছিল । এই আক্ৰমণ ঘটোৱা বোমাৰুজন পাকিস্তানী আছিল বুলি দাবী কৰিছিল ইৰাণে ।

thumbnail_2x1_khan_jpg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.