ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বিশ্বত 4,19,94,442 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক আমেৰিকাক ক্ষতিগ্ৰস্ত কৰাৰ বিপৰীতে, এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত ৷

author img

By

Published : Oct 23, 2020, 1:12 PM IST

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ: সমগ্ৰ বিশ্বতে 4,19,94,442 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে 11,42,744 গৰাকীতকীলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা ৷ বৰ্তমানলৈ বিশ্বত 3,11,87,231 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

বিশ্বৰ ভিতৰতে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা আটাইতকৈ অধিক পোৱা দেশ হ'ল আমেৰিকা ৷ আমেৰিকাত 86,61,651 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনাহাতে দেশখনত মৃতকৰ সংখ্যা 1,17,336 গৰাকীলৈ বৃদ্ধি পালে ৷

কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত ৷ ভাৰতত 23 অক্টোবৰলৈ 77,61,312 গৰাকী লোকলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পালে 1,17,336 গৰাকীলৈ ৷

ফ্ৰান্সত কৰ'ণাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশাৰ ভাগত সান্ধ্য আইন ঘোষণা কৰিছে ৷

ইফালে দক্ষিণ কোৰিয়াত নতুনকৈ 155 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, দেশখনৰ অধিকাংস নতুন সংক্ৰমণ স্থানীয়ভাৱে হৈছে ৷ বিশেষকৈ চিউল ক্ষেত্ৰত অধিক পোৱা গৈছে এই মহামাৰীৰ সংক্ৰমণৰ হাৰ ৷

লগতে পঢ়ক: কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.