ইন্টাৰনেশ্যনেল ডেস্ক, 29 আগষ্টঃ বুধবাৰে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী মাটিজ মৰাৱাইচকিক সাক্ষাৎ কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ জয়শংকৰে ৷ দুয়োগৰাকী মন্ত্ৰীয়ে দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত আলোচনা কৰে ৷ ইয়াৰ উপৰিও দুয়োখন দেশে বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত অলোচনা কৰে ৷ ইয়াৰ লগতে দুয়োগৰাকী মন্ত্ৰীয়ে অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্লাদিভষ্টক ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লয় ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্লাদিভষ্টকত চেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা পঞ্চম পূব অৰ্থনৈতিক ফ'ৰাম (EEF)ৰ বৈঠকত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৷
-
A good meeting on arrival in Warsaw. Thank PM @MorawieckiM for receiving me. Discussed ways in which our mutual cooperation could benefit both countries and contribute to global security. pic.twitter.com/Eno1n9cjLa
— Dr. S. Jaishankar (@DrSJaishankar) August 28, 2019 " class="align-text-top noRightClick twitterSection" data="
">A good meeting on arrival in Warsaw. Thank PM @MorawieckiM for receiving me. Discussed ways in which our mutual cooperation could benefit both countries and contribute to global security. pic.twitter.com/Eno1n9cjLa
— Dr. S. Jaishankar (@DrSJaishankar) August 28, 2019A good meeting on arrival in Warsaw. Thank PM @MorawieckiM for receiving me. Discussed ways in which our mutual cooperation could benefit both countries and contribute to global security. pic.twitter.com/Eno1n9cjLa
— Dr. S. Jaishankar (@DrSJaishankar) August 28, 2019