ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য - GLOBAL TRACKER

বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাৰ সংক্ৰমণ ৷ 16 ছেপ্তেম্বৰলৈ পোৱা তথ্য অনুসৰি বিশ্বজুৰি কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,97,17,040 গৰাকী লোকলৈ ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
author img

By

Published : Sep 16, 2020, 11:38 AM IST

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ: বিশ্বজুৰি কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,97,17,040 গৰাকী লোকলৈ ৷ ইয়াপ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বিশ্বত বৃদ্ধি পালে 9,38,447 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ উল্লেখ্য যে, এই পৰ্যন্ত 2,15,30,783 গৰাকী লোকে অব্য়াহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ প্ৰভাৱে বিশ্বৰ ভিতৰতে অধিক ক্ষতিগ্ৰস্ত কৰিছে আমেৰিকাক ৷ ছেপ্তেম্বৰলৈ পোৱা তথ্য অনুসৰি, আমেৰিকাত 67,88,147 গৰাকী লোকলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্য়া ৷ 16 ছেপ্তেম্বৰলৈ দেশখনত 2,00,197 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷

আনহাতে কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত শীৰ্ষত থকা দেশসমূহৰ ভিৰতৰ ভাৰত অন্যতম ৷ ভাতৰ সম্প্ৰতি বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে কৰ'ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত ৷ দেশখনত 50,18,034 গৰাকীতকৈয়ো অধিক লোক ইতিমধ্যে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ লগতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ভাৰতত 82,091 গৰাকীলৈ বৃদ্ধি পাইছে ৷

চৰকাৰে বিশ্বজুৰি দ্ৰুত হাৰত বৃদ্ধি পোৱা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.