ETV Bharat / international

আমেৰিকা নৌ সেনাৰ বিধংসকাৰী জন এচ. মেক্কেনক বাধা আৰোপ চীনা সেনাৰ

author img

By

Published : Dec 23, 2020, 6:05 PM IST

দক্ষিণ চীন সাগৰত অভিযান চলাই আমেৰিকা নৌ সেনাৰ বিধংসকাৰী জন এচ. মেক্কেনৰ ।

চীনা সেনা
chinese-warship

ইন্টাৰনেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: চীনা সেনাই বিতৰ্কিত দক্ষিণ চীন সাগৰত অভিযান চলাই আমেৰিকা নৌ সেনাৰ বিধংসকাৰী জাহাজৰ প্ৰৱেশক লৈ প্ৰত্যাহ্বান জনোৱাৰ কথা এগৰাকী বিষয়াই আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনায় । বিধংসকাৰী জাহাজখনে সাগৰত স্বাধীনভাৱে নেভিগেচনেৰে চলাচল কৰে । এই জাহাজখন গেবেন ৰীফ আৰু জনচন দক্ষিণ ৰীফৰ দিশেৰে যাত্ৰা আৰম্ভ কৰাৰ দাবী কৰে চীনা সেনাই । জাহাজখনে উক্ত দিশেৰে প্ৰৱেশ কৰাৰ লগে লগেই চীনা সেনা এগৰাকীয়ে আমেৰিকাৰ ক্ষেপনাস্ত্ৰধাৰী জন এচ. মেক্কেনক বাধা আৰোপ কৰে ।

দক্ষিণ চীন সাগৰত এইদৰে অবৈধ প্ৰৱেশে কৰাৰ ফলত বাণিজ্যিক দিশৰ লগতে ভিন্ন বিপদ কঢ়িয়াই অনাৰ কথা প্ৰকাশ কৰে । সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাই চীন, টাইৱান আৰু ভিয়েটনামে অবৈধভাৱে কৰা প্ৰতিবন্ধকতাৰ প্ৰত্যাহ্বান জনায় । ইণ্ডো-পেচিফিক ক্ষেত্ৰখনক ব্যাপকভাৱে হিন্দু মহাসাগৰ আৰু দক্ষিণ চীন সাগৰৰ লগতে পশ্চিম আৰু মধ্য প্ৰশান্ত সাগৰৰ এক অংশ হিচাপে গুৰুত্ব প্ৰদান কৰা হয় ।

চীনে দক্ষিণ চীন সাগৰক লৈ দাবী কৰাৰ লগতে ব্ৰুনেই, মালেয়েছিয়া, ফিলিপাইনচ, টাইৱান আৰু ভিয়েটনামেও দাবী জনাই আহিছে ।

লগতে পঢ়ক:আজি চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত হ'ব সিদ্ধান্ত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.