ETV Bharat / international

চীনত কোৰোনাভাইৰাছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

author img

By

Published : Jan 25, 2020, 9:59 AM IST

Updated : Jan 25, 2020, 11:20 AM IST

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত ৷ ভয়ংকৰ ভাইৰাছৰ প্ৰভাৱত মৃত্যুৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি ৷ চীনৰ হুৱেই স্বাস্থ্য আয়োগে এই বিষয়ে উল্লেখ কৰে ৷

China virus death toll jumps to 41, cases soar to nearly 1,300
চীনৰ কোৰোনাভাইৰাছ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

ইন্টাৰনেশ্যনেল ডেস্ক, 25 জানুৱাৰীঃ চীনৰ ভয়ংকৰ ভাইৰাছৰ প্ৰভাৱত মৃত্যুৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি ৷ ভয়ংকৰভাৱে সংক্ৰমণ হোৱা এই ভাইৰাছৰ ঘটনা এতিয়া 1300 লৈ বৃদ্ধি হৈছে ৷ এই কথা স্বাস্থ্য বিভাগে উল্লেখ কৰে ৷ চীনৰ হুৱেই স্বাস্থ্য আয়োগে উল্লেখ কৰে মতে কেৱল হুৱেই চহৰতেই আৰু 15 গৰাকী লোকৰ মৃত্যু হৈছে ৷ উশাহজনিত কাৰণতেই এইসকল লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে নিজৰ পৃথক পৃথক প্ৰতিবেদনত এই ভাইৰাছৰ কৱলত পৰি এতিয়ালৈ 444 টা মৃত্যুৰ ঘটনা আৰু সৰ্বমুঠ 1287 টা ঘটনা প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰে ৷ এই ভাইৰাছ সৰ্বমুঠ 30 টা অঞ্চললৈ বিয়পি পৰিছে বুলিও স্বাস্থ্য আয়োগে প্ৰকাশ কৰে ৷ বুহান আৰু হুৱেই চহৰক দেশৰ অন্য চহৰৰ সৈতে সকলো সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে ৷ এই ভাইৰাছৰ সংক্ৰমণৰ পৰা বাকীবোৰ অঞ্চলক মুক্ত কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে বুলি কৰ্তৃপক্ষই উল্লেখ কৰে ৷

হুৱেই স্বাস্থ্য আয়োগে সকলো চুবুৰীৰ সকলো অঞ্চলৰ পৰা সৰ্বমুঠ 180 টা নতুন ঘটনা পোহৰলৈ অহাৰ কথা উল্লেখ কৰে ৷ য’ত 77 টা বুহানৰ পৰা আৰু কেৱল হুৱেইতেই 729 এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে সেই চহৰকেইখনৰ পৰা ৰোগজনক 2019 নোবেল কোৰোনাভাইৰাছৰ প্ৰথম ঘটনাৰ ৰিপৰ্ট কৰি আছিল ৷

উল্লেখ্য যে এই ভাইৰাছক চীনৰ ভয়ংকৰ SARS ভাইৰাছৰ তুলনা কৰিছে বহুতো বিশেষজ্ঞই ৷ লগতে উল্লেখ কৰে যে এই সময় চীনৰ বাবে অতি কঠিনতম সময় ৷ চীনৰ গুৰুত্বপূৰ্ণ উৎসৱ চন্দ্ৰ নৱবৰ্ষৰ বাবে সকলো লোকেই দেশ-বিদেশৰ যাত্ৰা কৰি থকাৰ সময়তে এই ঘটনাই সকলোকে নিশ্চয়কৈ মৰ্মাহত কৰাৰ লগতে শংকিত কৰি তুলিছে ৷

আৰু পঢ়কঃকোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

ZCZC
PRI GEN INT
.WUHAN FGN15
CHINA-VIRUS-TOLL
China virus death toll jumps to 41, cases soar to nearly 1,300
         Wuhan (China) Jan 25 (AFP) A deadly viral outbreak in China has now killed 41 people, while the number of infected cases has soared to nearly 1,300, authorities said Saturday.
         The 15 new deaths all took place in Wuhan, the city of 11 million where the deadly respiratory contagion first emerged, the Hubei Health Commission said.
         At least 444 new cases of the virus have been found, raising the total number to 1,287, the National Health Commission said in a separate statement.
         The disease has spread to 30 provinces, autonomous regions and municipalities.
Wuhan and 13 other cities in Hubei have been locked down in an unprecedented quarantine effort aimed at containing the deadly respiratory contagion, which has spread to several other countries.
         The Hubei Health Commission also reported 180 new cases overall in the province, 77 of them in Wuhan but the bulk of the rest spread out across the locked-down smaller cities. There are now 729 cases in Hubei alone.
         Several of those cities were reporting their first cases of the pathogen -- 2019 Novel Coronavirus (2019-nCoV) -- the commission said.
         The previously unknown virus has caused global concern because of its similarity to SARS (Severe Acute Respiratory Syndrome), which killed hundreds across mainland China and Hong Kong in 2002-2003.
         It also has struck at possibly the worst time for China, when hundreds of millions of people are travelling across the country or overseas to celebrate the Lunar New Year holiday, China's most important festival.
         AFP
RAX
RAX
01250633
NNNN
Last Updated : Jan 25, 2020, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.