ETV Bharat / international

চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' ! - বেইজিঙৰ বিদেশ মন্ত্ৰালয়

বিশ্বৰ সবাতোকৈ ব্যস্ততম সামুদ্ৰিক ব্যৱসায়িক পথৰ ওপৰত নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি থকা সংঘাতৰ ফলত বেইজিঙৰ সৈতে ৱাশ্বিংটন আৰু দক্ষিণ প্ৰান্তৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷

China fires 2 missiles into South China Sea to 'warn' US
চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে ' কেৰিয়াৰ মিছাইল ' !
author img

By

Published : Aug 27, 2020, 4:55 PM IST

Updated : Aug 27, 2020, 7:50 PM IST

বেইজিং, 27 আগষ্ট : চীনৰ সেনাই দক্ষিণ চীন সাগৰত দুটা মিছাইলৰ পৰীক্ষণ কৰে ৷ য‘ত এটা কেৰিয়াৰ মিছাইলো অন্তৰ্ভুক্ত আছিল ৷

সেনা বিশেষজ্ঞৰ মতে, এয়া আমেৰিকাৰ ওপৰত আক্ৰমণৰ বাবে বিকশিত কৰাও হ‘ব পাৰে ৷ এখন বাতৰি কাকতত প্ৰকাশিত খবৰত এই তথ্য সদৰি কৰা হয় ৷

হংকঙৰ দক্ষিণ চীন মৰ্ণিং পোষ্ট বাতৰি কাকতে চীন সেনাৰ অজ্ঞাত নিকটতম সুত্ৰৰ পৰা দিয়া খবৰ অনুসৰি, ডি এফ-26 বি আৰু ডি এফ-21 ডি মিছাইলক বুধবাৰে দক্ষিণাঞ্চলৰ দ্বীপপ্ৰান্ত হেনান আৰু পাৰ্চল দ্বীপসমূহৰ মাজৰ অঞ্চলত পৰীক্ষণ কৰা হৈছে ৷

এই খবৰৰ প্ৰতিক্ৰিয়া বিচৰাত দেশখনৰ ৰক্ষা মন্ত্ৰালয় আৰু বেইজিঙৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা তৎকালীন ভাৱে কোনো প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

উল্লেখ্য যে, বিশ্বৰ সবাতোকৈ ব্যস্ততম সামুদ্ৰিক ব্যৱসায়িক পথৰ ওপৰত নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি থকা সংঘাতৰ ফলত বেইজিঙৰ সৈতে ৱাশ্বিংটন আৰু দক্ষিণ প্ৰান্তৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : হোৱাইত হাউছৰ দৌৰত বৰ্ণবাদে মূখ্য ভূমিকা লৈছে

Last Updated : Aug 27, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.