ETV Bharat / international

চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !

author img

By

Published : Aug 27, 2020, 4:55 PM IST

Updated : Aug 27, 2020, 7:50 PM IST

বিশ্বৰ সবাতোকৈ ব্যস্ততম সামুদ্ৰিক ব্যৱসায়িক পথৰ ওপৰত নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি থকা সংঘাতৰ ফলত বেইজিঙৰ সৈতে ৱাশ্বিংটন আৰু দক্ষিণ প্ৰান্তৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷

China fires 2 missiles into South China Sea to 'warn' US
চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে ' কেৰিয়াৰ মিছাইল ' !

বেইজিং, 27 আগষ্ট : চীনৰ সেনাই দক্ষিণ চীন সাগৰত দুটা মিছাইলৰ পৰীক্ষণ কৰে ৷ য‘ত এটা কেৰিয়াৰ মিছাইলো অন্তৰ্ভুক্ত আছিল ৷

সেনা বিশেষজ্ঞৰ মতে, এয়া আমেৰিকাৰ ওপৰত আক্ৰমণৰ বাবে বিকশিত কৰাও হ‘ব পাৰে ৷ এখন বাতৰি কাকতত প্ৰকাশিত খবৰত এই তথ্য সদৰি কৰা হয় ৷

হংকঙৰ দক্ষিণ চীন মৰ্ণিং পোষ্ট বাতৰি কাকতে চীন সেনাৰ অজ্ঞাত নিকটতম সুত্ৰৰ পৰা দিয়া খবৰ অনুসৰি, ডি এফ-26 বি আৰু ডি এফ-21 ডি মিছাইলক বুধবাৰে দক্ষিণাঞ্চলৰ দ্বীপপ্ৰান্ত হেনান আৰু পাৰ্চল দ্বীপসমূহৰ মাজৰ অঞ্চলত পৰীক্ষণ কৰা হৈছে ৷

এই খবৰৰ প্ৰতিক্ৰিয়া বিচৰাত দেশখনৰ ৰক্ষা মন্ত্ৰালয় আৰু বেইজিঙৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা তৎকালীন ভাৱে কোনো প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

উল্লেখ্য যে, বিশ্বৰ সবাতোকৈ ব্যস্ততম সামুদ্ৰিক ব্যৱসায়িক পথৰ ওপৰত নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি থকা সংঘাতৰ ফলত বেইজিঙৰ সৈতে ৱাশ্বিংটন আৰু দক্ষিণ প্ৰান্তৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : হোৱাইত হাউছৰ দৌৰত বৰ্ণবাদে মূখ্য ভূমিকা লৈছে

Last Updated : Aug 27, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.