ETV Bharat / international

পুনৰ মুকলি হ'ল ঢাকা আৰু দিল্লীৰ মাজত বিমান বাংলাদেশ এয়াৰলাইনছৰ সেৱা - উষ্ম আদৰণি

সুদীৰ্ঘ পাঁচ বছৰৰ বিৰতিৰ মূৰত সোমবাৰে ঢাকা আৰু দিল্লীৰ মাজত বিমান বাংলাদেশ এয়াৰলাইনছৰ সেৱা পুনৰ আৰম্ভ কৰা হৈছে ৷ 150 জন যাত্ৰী কঢ়িওৱা বিমানখনে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয় ৷

ঢাকা - দিল্লী সংযোগী বিমান বাংলাদেশ এয়াৰলাইনছ
author img

By

Published : May 14, 2019, 7:46 PM IST

নিউজ ডেস্ক,14 মে': বিমান বাংলাদেশ এয়াৰলাইনছে পাঁচ বছৰৰ সুদীৰ্ঘ বিৰতিৰ মূৰত পুনৰ নতুন দিল্লীৰ পৰা ঢাকা সংযোগী বিমান সেৱাৰ মুকলি কৰিছে ৷ সোমবাৰে ঢাকাৰ পৰা 150 জন যাত্ৰী কঢ়িওৱা বিমানখন নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে ৷ বিমানখনৰ উভটনি যাত্ৰাত 87 জন যাত্ৰীক বিমানখনে ঢাকালৈ কঢ়িয়াই নিয়ে ৷

ETV BHARAT
পুনৰ মুকলি ঢাকা - দিল্লীৰ বিমান বাংলাদেশ এয়াৰলাইনছ

নতুন দিল্লীস্থিত বাংলাদেশী উচ্চায়ুক্ত ছৈয়দ মোৱাজ্জেম আলিয়ে বিমানখন নতুন দিল্লীত অৱতৰণ কৰাৰ লগে লগে সকলো যাত্ৰীকে উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে, বিমান বাংলাদেশ এয়াৰলাইনছে 2014 চনৰ ছেপ্তেম্বৰ মাহত বিমানৰ অভাৱৰ বাবে ঢাকা-দিল্লী বিমান সেৱা স্থগিত কৰিছিল ৷

BIMAN RESUMES DHAKA - DELHI FLIGHTS AFTER YEARS

পুনৰ মুকলি ঢাকা - দিল্লীৰ বিমান বাংলাদেশ এয়াৰলাইনছ

নিউজ ডেস্ক, 14 মে': বিমান বাংলাদেশ এয়াৰলাইনছে পাঁচ বছৰৰ সুদীৰ্ঘ বিৰতিৰ মূৰত পুনৰ নতুন দিল্লীৰ পৰা ঢাকা সংযোগী বিমান সেৱাৰ মুকলি কৰিছে ৷ সোমবাৰে ঢাকাৰ পৰা 150 জন যাত্ৰী কঢ়িওৱা বিমানখন নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আদি অৱতৰণ কৰে ৷ বিমানখনৰ উভটনি যাত্ৰাত 87 জন যাত্ৰীক বিমানখনে ঢাকালৈ কঢ়িয়াই নিয়ে ৷

নতুন দিল্লীস্থিত বাংলাদেশী উচ্চায়ুক্ত ছৈয়দ মোৱাজ্জেম আলিয়ে বিমানখন নতুন দিল্লীত অৱতৰণ কৰাৰ লগে লগে সকলো যাত্ৰীকে উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে, বিমান বাংলাদেশ এয়াৰলাইনছে 2014 চনৰ ছেপ্তেম্বৰ মাহত বিমানৰ অভাৱৰ বাবে ঢাকা - দিল্লী বিমান সেৱা স্থগিত কৰিছিল ৷ 
Bangladesh_airlinesmay14_1.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.