ETV Bharat / international

ৰহিংগীয়াসকলক স্থানান্তৰিত নকৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত বাংলাদেশৰ - বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আবুল কালাম মোমেন

চৰকাৰে ভাচান চাৰৰ ইচলেটলৈ ৰহিংগীয়াসকলক স্থানান্তৰিত নকৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত লয়’ বুলি উল্লেখ কৰে ৷ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আবুল কালাম মোমেনে দেওবাৰে ঢাকাত চীনৰ এম্বেছেডৰ লি ঝিমিঙৰ সৈতে হোৱা এক বৈঠকত কয় যে ‘আমাৰ উদ্দেশ্য ৰহিংগীয়াসকলক তেওঁলোকৰ নিজৰ বসতিস্থল ম্যানমাৰলৈ পঠিওৱা’ ৷

B'desh likely to drop Rohingya relocation plan
ৰহিংগীয়াসকলক স্থানান্তৰিত নকৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত বাংলাদেশৰ
author img

By

Published : Feb 17, 2020, 11:25 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰীঃ পূৰ্বৰ পৰিকল্পনা অনুসৰি বাংলাদেশে 1 লাখ ৰহিংগীয়া অনুপ্ৰৱেশকাৰীক বংগোপ সাগৰৰ দ্বীপলৈ স্থানান্তৰিত কৰা বিষয় বাতিল কৰে ৷

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আবুল কালাম মোমেনে দেওবাৰে ঢাকাত চীনৰ এম্বেছেডৰ লি ঝিমিঙৰ সৈতে হোৱা এক বৈঠকত কয় যে ‘আমাৰ উদ্দেশ্য ৰহিংগীয়াসকলক তেওঁলোকৰ নিজৰ বসতিস্থল ম্যানমাৰলৈ পঠিওৱা’ ৷

ভাচান চাৰৰ ইচলেটত নতুন পৰিকল্পনা অনুসৰি নতুন বাংলাদেশ হিচাপে ব্যৱসায়ীক হাবলৈ ৰূপান্তৰিত কৰা ৷ ইয়াৰোপৰি মোমেনে উল্লেখ কৰে যে নদীৰ গৰাখহনীয়াৰ ফলত লক্ষাধিক লোকৰ নিজৰ বাসগৃহ উচান হোৱা বাবে তেওঁলোকক নতুনকৈ সংস্থাপিত কৰা হ’ব ৷

ইয়াৰোপৰি মোমেনে ‘চৰকাৰে ভাচান চাৰৰ ইচলেটলৈ ৰহিংগীয়াসকলক স্থানান্তৰিত নকৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত লয়’ বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ৰহিংগীয়াসকল বিশ্বৰ সকলোতকৈ উৎপীড়নৰ বলি হোৱা সম্প্ৰদায় ৷ 2012 চনত সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত শতাধিত ৰংহিংগীয়াক হত্যা কৰা হৈছিল ৷

আৰু পঢ়কঃআমেৰিকা আৰু চীনে স্থাপন কৰিছে সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.