ETV Bharat / international

কৰ'ণা ভাইৰাছৰ আতংকঃ বাংলাদেশত মৃত্যু এজনৰ

বিশ্বজুৰি কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে বাংলাদেশতো কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমজন লোকৰ সূচনা বাংলাদেশে জানিবলৈ দিয়ে ৷ সম্প্ৰতি COVID-19ৰ বাবে দেশখনত মুঠ 14 জন লোকে সকাৰাত্মক পৰীক্ষা সম্পন্ন কৰিছে ৷

author img

By

Published : Mar 19, 2020, 5:25 PM IST

কৰ'ণা ভাইৰাছৰ আতংকঃ বাংলাদেশত মৃত্যু এজনৰ
কৰ'ণা ভাইৰাছৰ আতংকঃ বাংলাদেশত মৃত্যু এজনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে বাংলাদেশতো মাৰাত্মক কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে ৷ বাংলাদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমজন লোকৰ সূচনা ইতিমধ্যে বাংলাদেশে জানিবলৈ দিয়ে ৷ বাংলাদেশৰ সূত্ৰই জনোৱা অনুসৰি, COVID-19ৰ বাবে এতিয়ালৈকে দেশখনত মুঠ 14 জন লোকে সকাৰাত্মক পৰীক্ষা সম্পন্ন কৰিছে ৷

ইন্সটিটিউড অৱ এপিডেমিঅ'লোজী, ৰোগ নিয়ন্ত্ৰণ আৰু অনুসন্ধানৰ গৱেষকে জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা 70 বছৰীয়া লোকজন মধুমেহ, উচ্চ ৰক্তচাপ আৰু কিডনী ৰোগতো আক্ৰান্ত হৈ আছিল ৷

ইফালে বুধবাৰে 3 গৰাকী পুৰুষ আৰু 4 গৰাকী মহিলাৰ শৰীৰত কৰ'ণা ভাইৰাছ সংক্ৰমিত হয় ৷ কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ বাবে ঢাকাত জনশূণ্য পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইয়াৰোপৰি, দক্ষিণ এছিয়াত ভাৰত আৰু পাকিস্তানেও কৰ'ণা ভাইৰাছৰ আতংকত মৃত্যু হোৱা খবৰৰ সূচনা দিয়ে ৷

লগতে পঢ়কঃ কোভিড-19ত আক্ৰান্ত ব্যক্তিৰ গৃহ মন্ত্ৰালয়ত প্ৰৱেশঃ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.