নিউজ ডেস্ক, 15 মেঃ 5.5 প্ৰাবল্যৰ ভুইকঁপে জোকাৰি গ'ল উত্তৰ-পূব জাপানত অৱস্থিত এমামি অসিমা আইলেণ্ডক ৷ বুধবাৰে পুৱতি নিশা 2.34 বজাত সংঘটিত এই ভূমিকম্পৰ অভিকেন্দ্ৰ 30 কিলোমিটাৰ তলত বুলি জাপানৰ বতৰ বিজ্ঞান সংস্থাই জানিবলৈ দিয়াৰ লগতে আগন্তুক ছুনামীৰ সম্ভাৱনাৰ ফলতে এই জোকাৰণি হোৱা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ভূমিকম্পৰ ফলত দেশখনত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য বৰ্তমানলৈ পাবলৈ সক্ষম হোৱা নাই ৷
5.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল জাপান - জাপান
উল্লেখ্য যে ভূমিকম্পৰ ফলত দেশখনত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য বৰ্তমানলৈ পাবলৈ সক্ষম হোৱা নাই ৷
5.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল জাপান
নিউজ ডেস্ক, 15 মেঃ 5.5 প্ৰাবল্যৰ ভুইকঁপে জোকাৰি গ'ল উত্তৰ-পূব জাপানত অৱস্থিত এমামি অসিমা আইলেণ্ডক ৷ বুধবাৰে পুৱতি নিশা 2.34 বজাত সংঘটিত এই ভূমিকম্পৰ অভিকেন্দ্ৰ 30 কিলোমিটাৰ তলত বুলি জাপানৰ বতৰ বিজ্ঞান সংস্থাই জানিবলৈ দিয়াৰ লগতে আগন্তুক ছুনামীৰ সম্ভাৱনাৰ ফলতে এই জোকাৰণি হোৱা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ভূমিকম্পৰ ফলত দেশখনত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য বৰ্তমানলৈ পাবলৈ সক্ষম হোৱা নাই ৷
5.5 magnitude earthquake jolts japan ANI