ETV Bharat / international

ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান - এয়াৰ ইণ্ডিয়াৰ 747 জম্বো বিমান

স্বাস্থ্য আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰণালয়ৰ সচিব সঞ্জীৱ কুমাৰে কয় যে, বিমানখনে চীনৰ পৰা 366 জন লোকক ভাৰতলৈ ওভতাই আনিব ৷ তেখতে আৰু কয় যে, বিমানখনে শুকুৰবাৰে দিনৰ 12 বজাত দিল্লী বিমান বন্দৰৰ পৰা উৰা মাৰিব আৰু শনিবাৰে পুৱা 2 বজাৰ ভিতৰত উভতি আহিব ৷

Air India Boeing 747 Jumbo from Delhi lands in Wuhan for evacuation of Indian students
উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান
author img

By

Published : Feb 1, 2020, 10:24 AM IST

নেশ্বনেল ডেক্স,1 ফেব্ৰুৱাৰীঃ দিল্লীৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ 747 জম্বো বিমানখন শুকুৰবাৰে উহানত অৱতৰণ কৰে ৷ বিমানখনে চীনৰ কৰোণা ভাইৰাচত আক্ৰান্ত অঞ্চলসমূহৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে চীনলৈ ৰাওনা হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰণালয়ৰ সচিব সঞ্জীৱ কুমাৰে কয় যে, বিমানখনে চীনৰ পৰা 366 জন লোকক ভাৰতলৈ ওভতাই লৈ আনিব ৷ তেখতে আৰু কয় যে, বিমানখনে শুকুৰবাৰে দিনৰ 12 বজাত দিল্লী বিমান বন্দৰৰ পৰা উৰা মাৰি শনিবাৰে পুৱা 2 বজাৰ ভিতৰত উভতি আহিব ৷ বমানখনত মুঠ 15 টা কেবিন আৰু 5 জন বিমান কৰ্মচাৰী আছে ৷ ইয়াৰ উপৰিও বিমানখনত 423খন আসনৰ ব্যৱস্থা আছে ৷ আনহাতে, চীনত আৱদ্ধ আন ভাৰতীয় লোকসকলক ওভতাই অনাৰ বাবে শনিবাৰে দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 3ৰ পৰা আন এখন বিমানে যাত্ৰা কৰাৰ সম্ভাৱনা আছে ৷

উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

উল্লেখ্য যে, বিমানখনত ৰামমোহন লোহিয়া হাস্পতালৰ 5জনীয়া এক চিকিৎসকৰ দলৰ উপৰিও এয়াৰ ইণ্ডিয়াৰ এক পেৰামেডিকেল দল, অভিযন্তাৰ এটি দলৰ লগতে সুৰক্ষা কৰ্মী চৰকাৰৰ তৰফৰ পৰা পঠিওৱা হৈছে ৷ এই সমগ্ৰ উদ্ধাৰ অভিযানটোক এয়াৰ ইণ্ডিয়াৰ অপাৰেচন ডাইৰেক্টৰ অমিতাভ সিঙে নেতৃত্ব প্ৰদান কৰিছে ৷ এই সংকটৰ লগত মোকাবিলা কৰিবলৈ ভাৰতীয় দূতাবাসে তিনিটাকৈ হটলাইন নম্বৰ মুকলি কৰিছে ৷ ভাৰতৰ উপৰিও আমেৰিকা, জাপান, উত্তৰ কোৰিয়া আদি কেইবাখনো বিমানে উহানৰ পৰা নিজৰ নাগৰিকসকলক বিমানযোগে স্ব গৃহলৈ ওভতাই লৈ গৈছে ৷ আনহাতে, আফ্ৰিকাৰ উপৰিও পাকিস্তান, বাংলাদেশ আদি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ বহু নাগৰিক হুবেই প্ৰদেশত আৱদ্ধ হৈ থকা বুলি তথ্য লাভ কৰা হৈছে ৷

লগতে পঢ়ক-আজি দাখিল হ’ব দেশৰ কেন্দ্ৰীয় বাজেট

Intro:New Delhi: Air India has started evacuation of Indians from Wuhan (China) today. First special flight , double decker jumbo 747 with 15 cabin crew and 5 cockpit crew has landed in China's Wuhan.

This flight may return to Delhi from Wuhan (China) at 2am tomorrow. This double decker aircraft configured with 423 seats. Another special flight may depart from T3,Delhi tomorrow.

Body:A team of Five doctors from Ram Manohar Lohia hospital (RML) hospital, one paramedical staff from air India with prescribed medicine from doctors, masks, overcoats, packed food are boarded in the aircraft. A team of engineers ,security personnel are also there in this special aircraft. Whole rescue mission is lead by Captain Amitabh Singh, Director operation , Air India. Conclusion:Air India did such evacuation earlier also from Libya, Iraq, Yemen, Kuwait and Nepal. In August, 1990, Air India and erstwhile Indian Airline evacuated more than one lakh Indians from Iraq and Kuwait via 488 flights in 59 days, created world record for the largest aerial evacuation since 1948-49. Air India successfully accomplished “operation Rahat”( Yemen) in 2015 as well as operation “safe homecoming” in 2011.

Air India also participated extensively during national crisis like Bhuj Earthquake, Jammu & Kashmir, Leh,Chennai and Uttarakhand floods and tsunami at Andaman-Nicobar.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.