ETV Bharat / international

এভাৰেষ্ট জয়ৰ লক্ষ্যৰে সাজু 77 জন ভাৰতীয় - অন্নপূৰ্ণা

মঙলবাৰে 41 টা নেপালী আৰু বিদেশী পৰ্বতাৰোহীৰ দলৰ সৈতে 77 জনকৈ ভাৰতীয়ই এভাৰেষ্ট জয়ৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰিছে ৷ মাউণ্ট এভাৰেষ্টৰ উপৰিও অন্নপূৰ্ণা, মাকালুকে আদি কৰি 6 টা অন্য শৃঙ্গটো এই দলকেইটাই অভিযান চলাব ৷

এভাৰেষ্ট জয়ৰ লক্ষ্যৰে সাজু 77 জন ভাৰতীয়
author img

By

Published : May 14, 2019, 4:47 PM IST

নিউজ ডেস্ক, 14 এপ্ৰিল: প্ৰতি বছৰে বসন্তকালত আৰম্ভ হোৱা বিশ্বৰ সৰ্বোচ্চ শৃঙ্গ এভাৰেষ্ট ভ্ৰমণ কাৰ্যসূচীৰ বাবে এইবছৰো 77 জনকৈ ভাৰতীয়ই মঙলবাৰে যাত্ৰা আৰম্ভ কৰিছে ৷ 41 টা নেপালী আৰু বিদেশী পৰ্বতাৰোহী দলৰ সৈতে ভাৰতৰ এই কেইজন লোকে তিনিমাহজোৰা ভ্ৰমণ কাৰ্যসূচীৰে যাত্ৰা আৰম্ভ কৰিছে ৷

ETV BHARAT ASSAM
এভাৰেষ্ট জয়ৰ লক্ষ্যৰে সাজু 77 জন ভাৰতীয়
উল্লেখ্য যে, পৰ্যটন বিভাগৰ পৰা অনুমতি লাভ কৰা এই 41 টা অভিযানকাৰী দলত সৰ্বমুঠ 378 জন পৰ্বতাৰোহী আছে ৷ এই বৃহৎ দলটোত 77 জন ভাৰতীয়ৰ উপৰিও 13 জন নেপালী নাগৰিক আছে ৷ যোৱা বছৰৰ তুলনাত এই বছৰ অধিক সংখ্যক অভিযানকাৰীয়ে অংশগ্ৰহণ কৰিব অভিযানটোত ৷ 2018 চনত সৰ্বমুঠ 38 টা দলত 346 জন লোকে অভিযানত অংশগ্ৰহণ কৰিছিল ৷ মাউণ্ট এভাৰেষ্টৰ উপৰিও আৰু অন্নপূৰ্ণা, মাকালুকে আদি কৰি 6 টা অন্য শৃঙ্গটো এই দলকেইটাই অভিযান চলাব ৷

77 INDIAN HIKERS ON THEIR WAY TO EVEREST PEAK

এভাৰেষ্ট জয়ৰ লক্ষ্যৰে সাজু 77 জন ভাৰতীয়  

নিউজ ডেস্ক, 14 এপ্ৰিল: প্ৰতি বছৰে বসন্তকালত আৰম্ভ হোৱা বিশ্বৰ সৰ্বোচ্চ শৃঙ্গ এভাৰেষ্ট ভ্ৰমণ কাৰ্যসূচীৰ বাবে এইবছৰো 77 জনকৈ ভাৰতীয়ই মঙলবাৰে যাত্ৰা আৰম্ভ কৰিছে ৷ 41 টা নেপালী আৰু বিদেশী পৰ্বতাৰোহীৰ দলৰ সৈতে ভাৰতৰ এই কেইজন লোকে তিনিমাহ জোৰা ভ্ৰমণ কাৰ্যসূচীৰে যাত্ৰা আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, পৰ্যটন বিভাগৰ পৰা অনুমতি লাভ কৰা এই 41 টা অভিযানকাৰী দলত সৰ্বমুঠ 378 জন পৰ্বতাৰোহী আছে ৷ এই বৃহৎ দলটোত 77 জন ভাৰতীয়ৰ উপৰিও 13 জন নেপালী নাগৰিক আছে ৷

যোৱা বছৰৰ তুলনাত এই বছৰ অধিক সংখ্যক অভিযানকাৰীয়ে অংশগ্ৰহণ কৰিব অভিযানটোত ৷ 2018 চনত সৰ্বমুঠ 38 টা দলত 346 জন লোকে অভিযানত অংশগ্ৰহণ কৰিছিল ৷ মাউণ্ট এভাৰেষ্টৰ উপৰিও আৰু অন্নপূৰ্ণা, মাকালুকে আদি কৰি 6 টা অন্য শৃঙ্গটো এই দলকেইটাই অভিযান চলাব ৷  
RTR4D6V9.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.