ETV Bharat / international

তালিবান সন্ত্ৰাসবাদীৰ আক্ৰমণত 5 আফগান সেনা নিহত

author img

By

Published : Jan 9, 2021, 10:49 PM IST

তালিবান সন্ত্ৰাসবাদীয়ে শনিবাৰে আফগানিস্তানৰ উত্তৰ পূবত চলোৱা এক আক্ৰমণত 6 জন আফগান সেনাসহ এজন প্লাটন কমাণ্ডাৰ নিহত হয় ৷ ইয়াৰ লগতে এই আক্ৰমণত 6 গৰাকীকৈ সাধাৰণ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

5 Afghan soldiers, platoon commander killed in Taliban attack
তালিবান সন্ত্ৰাসবাদীৰ আক্ৰমণত 5 আফগান সেনা নিহত

ইন্টাৰনেশ্যনেল ডেস্ক,9 জানুৱাৰী : তালিবান সন্ত্ৰাসবাদীয়ে শনিবাৰে আফগানিস্তানৰ উত্তৰ পূবত চলোৱা এক আক্ৰমণত 6 আফগান সেনাসহ এজন প্লাটন কমাণ্ডাৰ নিহত হয় ৷ ইয়াৰ লগতে এই আক্ৰমণত 6 গৰাকীকৈ সাধাৰণ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি তালিবান সন্ত্ৰাসবাদীয়ে দেশখনৰ উত্তৰ পূবৰ ডাৰ্কাদ অঞ্চলত চলায় এই আক্ৰমণ ৷ আফগানিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই সদৰি কৰিছে এই তথ্য ৷

উল্লেখ্য যে, আক্ৰমণত নিহত হোৱা প্লাটন কমাণ্ডাৰজনৰ নাম চুলতান মহম্মদ বুলি জানিবলৈ দিছে আফগান সেনাৰ সূত্ৰটোৱে ৷

লগতে পঢ়ক: বাৰ্ড ফ্লুৰ ভয়াৱহতা: ল’বলগীয়া সাৱধানতাসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.