নিউজডেস্ক, ৬ মাৰ্চ: বুধবাৰে পুৱা পেৰাগুৱেত উপস্থিত হ'ল উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু । দুদিনীয়া ভ্ৰমণসূচীয়ে বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনাৰ বাবে লেটিন আমেৰিকান ৰাষ্ট্ৰখনত উপস্থিত হৈছেগৈ ভেংকাইয়া নাইডু । উল্লেখ্য যে, ভেংকাইয়া নাইডু পেৰাগুৱে ৰিপাব্লিকত উপস্থিত হোৱা প্ৰথমগৰাকী ভাৰতীয় উপ-ৰাষ্ট্ৰপতি ।
![etv bharat, etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/images/201809251500170825_vice-president-inaugurates-rs-100-cr-culinary-institute_secvpf1551873852691-58_0603email_00535_1089.jpg)
পেৰাগুৱেৰ ভূমিত আৱতৰণ কৰাৰ পাচতে উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুক আদৰণি জনায় পেৰাগুৱেৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপমন্ত্ৰী হিউগ' চাগুৱাৰ কাবালাৰোই (Hugo Saguier Caballero) ।