ETV Bharat / international

আমেৰিকাক প্ৰযোজন ৰাইজৰ মৰ্যাদা বুজি পোৱা ৰাষ্ট্ৰপতি : কমলা হেৰিছ

author img

By

Published : Oct 22, 2020, 11:59 AM IST

ডেম'ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক কোভিড-19 আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে সমালোচনা কৰে ৷

আমেৰিকাক প্ৰযোজন ৰাইজৰ মৰ্যাদা বুজি পোৱা ৰাষ্ট্ৰপতি : কমলা হেৰিছ
আমেৰিকাক প্ৰযোজন ৰাইজৰ মৰ্যাদা বুজি পোৱা ৰাষ্ট্ৰপতি : কমলা হেৰিছ

নিউজ ডেস্ক, 22 অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰক এনেকুৱা এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰয়োজন যিয়ে আমেৰিকাবাসীক মান্যতা প্ৰদান কৰিব পৰা আৰু আমেৰিকাৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষম ৷ ডেম'ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী,ভাৰতীয় মুলৰ কমলা হেৰিছে এইদৰে উল্লেখ কৰে ৷ এক ভাৰ্চুৱেল পূঁজি সংগ্ৰহ অনুষ্ঠানত অংশগ্ৰহণ কৰি কোভিড-19ৰ সৈতে মোকাবিলা কৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিস্থিতিক লৈ ট্ৰাম্পক সমালোচনা কৰি এইদৰে কয় হেৰিছে ৷

ছিনেটৰ হেৰিছে যিয়ে বুধবাৰে 56 বৰ্ষত ভৰি দিয়ে, কয় যে,আমি এক ৰাজহুৱা স্বাস্থ্য সমস্যাত আছো আৰু এনে অৱস্থাত আমাৰ অৰ্থনীতিয়ে বেয়াকৈ মুখথেকেচা খাইছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ তেৰ দিন বাকী থকা অৱস্থাত হেৰিছে সকলোকে এই সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে ভোটদান কৰিব লাগিব আৰু মুকলিকৈ ওলাই আহি সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : বিডেনক লৈ সৰৱ ৰাষ্ট্ৰপতি ট্ৰাম্প, বিডেনৰ দিনত দৰিদ্ৰতা আহিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.