ETV Bharat / international

H1-B ভিচাত নিষেধাজ্ঞাঃ গুগলৰ CEO সুন্দৰ পিচাইৰ অসন্তুষ্টি - ড'নাল্ড ট্ৰাম্প

গুগলৰ মুখ্যকাৰ্যবাহী বিষয়া বা CEO সুন্দৰ পিচাইৰ মতে আমেৰিকাৰ অৰ্থনৈতিক সাফল্য়ত এক ব্যাপক অৱদান প্ৰব্ৰজনকাৰীৰ । প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক অথবা গুগলক শীৰ্ষস্থানত উপনীত কৰাৰ ক্ষেত্ৰতেই হওক । আনহাতে নাগৰিক আৰু মানৱ অধিকাৰ বিষয়ৰ নেতত্বৰ সন্মিলনৰ অধ্যক্ষ আৰু CEO ভনিতা গুপ্তাইও ট্ৰাম্পৰ প্ৰশাসনৰ শেহতীয়া সিদ্ধান্তৰ সমালোচনা কৰি ইয়াক প্ৰব্ৰজনকাৰীক লক্ষ্য কৰা এক বে-আইনী পদক্ষেপ বুলি কয় ।

Sunder Pichai disappointed by Trump's immigration proclamation

author img

By

Published : Jun 23, 2020, 5:28 PM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 23 জুনঃ শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আমেৰিকাত H1-B ভিজা সহ বিদেশত কাম কৰা ভিচা সাময়িক ভাৱে স্থগিত কৰা কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গুগলৰ CEO সুন্দৰ পিচাই । লগতে প্ৰব্ৰজিত সকলৰ সৈতে থিয় থকাৰ লগতে সকলোকে সুযোগ দিয়াৰ বাবে কাম কৰি যাব বুলি কয় পিচাই ।

ইয়াৰ ওপৰি তেওঁ কয়, প্ৰব্ৰজনে আমেৰিকাৰ অৰ্থনৈতিক সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক অথবা গুগলৰ ক্ষেত্ৰতে হওক আজি বিশ্ব স্তৰত শীৰ্ষস্থানত উপনীত হ'বলৈ সক্ষম হৈছে ।

ট্ৰাম্পৰ এই নিৰ্দেশ জাৰি কৰাৰ পাচতেই ইণ্ডিয়ান-আমেৰিকান পিচাইয়ে টুইট যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ এই ঘোষণাত অসন্তুষ্টি প্ৰকাশ কৰি প্ৰব্ৰজনকাৰী সকলৰ সৈতে থিয় থাকি সকলোৰে বাবে সুযোগ দিয়াৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে ।

  • Immigration has contributed immensely to America’s economic success, making it a global leader in tech, and also Google the company it is today. Disappointed by today’s proclamation - we’ll continue to stand with immigrants and work to expand opportunity for all.

    — Sundar Pichai (@sundarpichai) June 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে আন এক বিবৃতিত নাগৰিক আৰু মানৱ অধিকাৰ বিষয়ৰ নেতত্বৰ সন্মিলনৰ অধ্যক্ষ আৰু CEO ভনিতা গুপ্তাই ট্ৰাম্প প্ৰশাসনৰ শেহতীয়া এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি ইয়াক প্ৰব্ৰজনকাৰীক লক্ষ্য কৰি লোৱা এক বে-আইনী পদক্ষেপ বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.