ETV Bharat / international

পেনচিলভেনিয়াত বিডেনৰ বিজয়ক স্বীকৃতি

author img

By

Published : Nov 25, 2020, 2:30 PM IST

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পেনচিলভেনিয়াত অনুষ্ঠিত নিৰ্বাচনক পেনচিলভেনিয়াৰ স্বীকৃতি ৷ ৰাজ্যপাল টম উল্ফে টুইটযোগে এই কথা ঘোষণা কৰে ৷ পেনচিলভেনিয়াত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি পদৰ বাবে 3 নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফলক পেনচিলভেনিয়াৰ ৰাজ্যিক বিভাগে স্বীকৃতি প্ৰদান কৰিছে ৷

পেনচিলভেনিয়াত বিডেনৰ বিজয়ক স্বীকৃতি
পেনচিলভেনিয়াত বিডেনৰ বিজয়ক স্বীকৃতি

ৱাশ্চিংটন, 25 নৱেম্বৰ: সংযুক্ত ৰাষ্ট্ৰৰ পেনচিলভেনিয়াৰ ডেম'ক্ৰেট প্ৰাৰ্থী জ' বিডেনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল স্বীকৃতি ৷ ৰাজ্যপাল টম উল্ফে টুইটযোগে এই কথা ঘোষণা কৰে যে পেনচিলভেনিয়াৰ ৰাজ্যিক বিভাগে সংযুক্ত ৰাষ্ট্ৰৰ পেনচিলভেনিয়াত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি পদৰ বাবে 3 নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফলক স্বীকৃতি প্ৰদান কৰিছে ৷

পেনচিলভেনিয়াৰ লগতে মিচিগান আৰু জৰ্জিয়াইও বিডেনৰ বিজয়ৰ স্বীকৃতি প্ৰদান কৰিছে ৷ সংযুক্ত ৰাষ্ট্ৰ সংবাদ মাধ্যমে অনুমান কৰিছে যে বিডেনে 306 টা নিৰ্বচনী ভোট লাভ কৰি হোৱাইট হাউচ অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে ৷

অৱশ্যে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এতিয়াও পৰাজয় স্বীকাৰ কৰিব খোজা নাই ৷ পেনচিলভেনিয়াৰ স্বীকৃতিক প্ৰতিৰোধ কৰিবলৈ ট্ৰাম্পে সোমবাৰে এক প্ৰচেষ্টা চলাই যদিও এই আবেদন ফেডাৰেল বিচাৰতে এই আবেদন অস্বীকাৰ কৰে ৷

লগতে পঢ়ক:আহি আছে নিভাৰ : তামিলনাডুত সতৰ্কতা জাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.