ETV Bharat / international

লুইছ গ্লুকলৈ সাহিত্যৰ নোবেল বঁটা - 2020 চনৰ সাহিত্যৰ নোবেল

2020 চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে আমেৰিকান কবি লুইছ গ্লুকলৈ ৷

আমেৰিকান কবি লুইছ গ্লুক
লুইছ গ্লুকলৈ সাহিত্যৰ নোবেল বঁটা
author img

By

Published : Oct 8, 2020, 6:01 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ : 2020 চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে আমেৰিকান কবি লুইছ গ্লুকলৈ ৷

উল্লেখ্য যে, যৌন আতিশয্যৰ অভিযোগৰ বাবে 2018 চনৰ সাহিত্যৰ নোবেল স্থগিত ৰখা হৈছিল ৷ আনহাতে, যোৱা বছৰত ঘোষণা কৰা অনুসৰি 2018 চনৰ সাহিত্যৰ নোবেল পোলেণ্ডৰ অলগা টকাৰজোক আৰু 2019 চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে অষ্ট্ৰিয়াৰ পিটাৰ হেন্দকেই ৷

লগতে পঢ়ক : হাথৰছ কাণ্ড : ভুক্তভোগীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাক লৈ সৰৱ প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.