ETV Bharat / international

আমেৰিকাত নৌসেনা বাহিনীৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : দুজনৰ মৃত্যু

author img

By

Published : Oct 24, 2020, 12:56 PM IST

আলবামাৰ এক আৱাসী এলেকাত আমেৰিকাৰ নৌসেনা বাহিনীৰ এখন বিশেষ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ টী-6 বি টেক্সনৰ দুজন চালকৰ মৃত্যু ৷

Navy plane crashes in Alabama
আমেৰিকাৰ নৌসেনা বাহিনীৰ বিমান দুৰ্ঘটনাগ্ৰস্থ, টী-6 বি টেক্সনৰ দুজন চালকৰ মৃত্যু

ইন্টাৰনেশ্য়নেল ডেস্ক, 24 অক্টোবৰ: শুকুৰবাৰে আলবামাৰ এক আৱাসী এলেকাত আমেৰিকাৰ নৌসেনা বাহিনীৰ এখন বিশেষ বিমান দুৰ্ঘটনাগ্ৰস্থ হয় ৷ আমেৰিকাৰ নৌসেনা বাহিনীক প্ৰশিক্ষণ প্ৰদান কৰা বিশেষ বিমান দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত দুজন চালক নিহত হয় ৷ ফ্লোৰিদাৰ পৰা প্ৰশিক্ষণ প্ৰদানৰ বাবে উৰা মৰা বিশেষ বিমানখন আলবামাৰ এক আৱাসী এলেকাত দুৰ্ঘটনাত পতিত হয় ৷

ফৌলী ফায়াৰ চীফ্ জয় ডাৰ্বে সংবাদ মাধ্যমক জনোৱা মতে, ফৌলী চহৰৰ মোগনলীয়াৰ ওচৰত এক আৱাসী এলেকাৰ দুৰ্ঘটনাস্থলীত এটি ঘৰ আৰু এখন গাড়ী সম্পূৰ্ণৰূপে জ্বলি যোৱাত একুৰা ডাঙৰ জুইৰ সৃষ্টি হয় ৷ কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

শেহতীয়াকৈ বায়ু সেনাবাহিনীৰ কামাণ্ডাৰ জ্যাক হাৰেল কয় যে, টী-6 বি টেক্সনৰ দুজন চালকৰ মৃত্যু হৈছে যদিও স্থানীয়লোক হতাহত হোৱা নাই ৷

লগতে পঢ়ক: ফিৰোজাবাদত 16 বছৰীয়া কিশোৰীক গুলীয়াই হত্যা তিনি যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.