ETV Bharat / international

জন্মদিন উপলক্ষে বিল গেটছৰ বিষয়ে কেইটামান আমোদজনক তথ্য - বিল গেটছ

1955 চনৰ 28 অক্টোবৰত জন্মগ্ৰহণ কৰা বিল গেটছৰ নাম, 1995 চনৰ পৰা 2007 চনলৈ একেৰাহে 12 বছৰলৈ Forbes World's ৰ ধনী লোকসকলৰ তালিকাৰ শীৰ্ষত আছিল ৷

বিল গেটছ
বিল গেটছ
author img

By

Published : Oct 28, 2020, 7:34 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 অক্টোবৰ: বিল গেটছৰ জন্ম হৈছিল 1955 চনৰ 28 অক্টোবৰত ৷ ৱাশ্বিংটনৰ চিট্টলত জন্মগ্ৰহণ কৰিছিল বিল গেটছে ৷ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল 1973 চনৰ পৰা 1975 চনলৈ ৷

জন্মদিন উপলক্ষে বিল গেটছৰ বিষয়ে কেইটামান আমোদজনক তথ্য
  • 1995 চনৰ পৰা 2007 চনলৈ একেৰাহে 12 বছৰ তেওঁৰ নাম Forbes World's ৰ ধনী লোকসকলৰ তালিকাত শীৰ্ষত আছিল ৷
  • 2019 চনৰ হিচাব অনুসৰি, বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে $54.8 বিলিয়ন মাৰ্কিন ডলাৰ ভিন্ন কাৰণত দান কৰিছে ৷
  • মাইক্ৰ'ছফট হৈছে বিশ্বৰ বৃহত্তম ছফ্টৱেৰ সংস্থা ৷

“Success is a lousy teacher. It seduces smart people into thinking they can't lose,” Bill Gates

লগতে পঢ়ক: ধাৰা 230 : ইন্টাৰনেটৰ যোগসূত্ৰ নিঃশেষ হোৱাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.