ETV Bharat / international

অৰ্থনীতি মুকলি কৰিবলৈ ট্ৰাম্পৰ হেঁচা - অমিৰেকাৰ ৰাষ্ট্ৰপতি

ড'নাল্ড ট্ৰাম্পে এক টেলিভিচন অনুষ্ঠানত কয় যে, লক ডাউনৰ ফলত অধিক জীৱন ৰক্ষা পৰিল ।

অৰ্থনীতি মুকলি কৰিবলৈ ট্ৰাম্পৰ হেচা
অৰ্থনীতি মুকলি কৰিবলৈ ট্ৰাম্পৰ হেচা
author img

By

Published : May 4, 2020, 9:03 PM IST

নিউজ ডেস্ক, ৪ মে': অমিৰেকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কিছু ৰাষ্ট্ৰত অনা-অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰী আৰম্ভ আৰু কিছু ৰাষ্ট্ৰত লক ডাউন জাৰি সম্পৰ্কে সিন্ধান্তৰ প্ৰশ্নৰ উত্তৰ দিয়ে ।

দেওবাৰে টাউন হলত হোৱা এক টেলিভিছন সাক্ষাৎকাৰত ট্ৰাম্পে এই সম্পৰ্কে মত ব্যক্ত কৰে ।

ট্ৰাম্পে অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিবলৈ চাপ প্ৰদান কৰে । সুৰক্ষা লৈ অতি শীঘ্ৰেই সকলো অৰ্থনৈতিক কাৰ্যকলাপ মুকলি কৰাৰ পোষকতা কৰে ৰাষ্ট্ৰপতি জনে ।

তেওঁ উল্লেখ কৰে যে, লক ডাউনে জীৱন ক্ষতিৰ পৰিমান বহু কমাবলৈ সক্ষম হৈছে ।

লকডাউন সমাপ্ত হোৱাৰ পাচতহে ট্ৰাম্পে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত শ্ৰেণী আৰম্ভ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য় যে, বিশ্বৰ ভিতৰতেই সৰ্বাধিক লোক আক্ৰান্ত হৈছিল আমেৰিকাত । দেশখনত এতিয়ালৈ প্ৰায় 66 হাজাৰ লোকৰ মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.