ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য - COVID-19

প্ৰতিনিয়ত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা। বিশ্বজুৰি COVID-19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩,৯৫,৯৩৯৫৩ গৰাকী। কালৰূপী মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ১১,০৯,২৫২গৰাকী ৰোগীয়ে। মহামাৰীৰ সংক্ৰমণে মোক্ষম আঘাত হনা আমেৰিকাত ৮২,৮৮,২৭৮গৰাকীৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

author img

By

Published : Oct 17, 2020, 4:14 PM IST

Updated : Oct 17, 2020, 5:38 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ: বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ। এই পৰ্যন্তৰ সমগ্ৰ বিশ্বত ৩,৯৫,৯৩৯৫৩জন লোক COVID-19ত আক্ৰান্ত হৈছে । মহামাৰীৰ সৈতে যুঁজি মৃত্যুৰে হাৰ মানিছে ১১,০৯,২৫২ গৰাকী ৰোগীয়ে। আনহাতে বিশ্বৰ বিভিন্ন দেশত ২,৯৬,৬১,১৬৭গৰাকী ৰোগী আৰোগ্য হৈছে । মহামাৰীয়ে আটাইতকৈ ভয়াৱহ ৰূপ লোৱা আমেৰিকাত ৮২,৮৮,২৭৮ গৰাকীৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,২৩,৬৪৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে ।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

অগ্ৰণী স্বাস্থ্য বিশেষজ্ঞই সতৰ্ক কৰি দিছে যে, COVID-19ৰ নতুন ঘটনা বৃদ্ধিয়ে আমেৰিকালৈ ভয়াৱহ বিপদৰ আগজাননী দিছে, কিয়নো আক্ৰান্তৰ সংখ্যাই ৮ মিলিয়ন স্পৰ্শ কৰিছে। মহামাৰীৰ সংক্ৰমণৰ তালিকাৰ দ্বিতীয় স্থানত থকা ভাৰতত COVID-19ত বৰ্তমানলৈকে ৭৪,৩২,৬৮০গৰাকী লোক আক্ৰান্ত হৈছে আৰু ১,১৩,০৩২গৰাকীৰো অধিক লোকৰ মৃত্য হৈছে । COVID-19ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হোৱা ইউৰোপত এতিয়াও মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে। ৰেড জ'নত থকা বাৰ, ৰেষ্টোৰা আৰু খেলৰ সুবিধা থকা প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বাবে নতুন নিৰ্দেশনাৰ জাৰি কৰা হৈছে।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় সুৰক্ষা, ক'ভিড-19 সম্পৰ্কত ট্ৰাম্প-বিডেনৰ পৰৱৰ্তী বাকযুদ্ধ

Last Updated : Oct 17, 2020, 5:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.