ETV Bharat / international

বিশ্বত কৰ'ণা ভাইৰাছৰ সবিশেষ তথ্য় - চীন দেশ

কৰ'ণা ভাইৰাছৰ জন্ম স্থান চীনলৈ ক্ৰমাৎ ঘূৰি আহিছে স্বাভাৱিক অৱস্থা । বৰ্তমানলৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 20,83,304 জন । তাৰে ভিতৰত মৃত্যু হৈছে 1,34,616 জনৰ ।

বিশ্বত কৰ'ণা ভাইৰাছৰ সবিশেষ তথ্য়
বিশ্বত কৰ'ণা ভাইৰাছৰ সবিশেষ তথ্য়
author img

By

Published : Apr 16, 2020, 5:06 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃ বিশ্বত বৰ্তমানলৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 20,83,304 জন । তাৰে ভিতৰত মৃত্যু হৈছে 1,34,616 জনৰ । আনহাতে সুস্থ হৈ উঠিছে প্ৰায় 5,10,350 গৰাকী লোক ।

চীন দেশ, য'ত 2019 চনৰ ডিচেম্বৰত কৰ'ণা ভাইৰাছৰ উৎপত্তি হৈছিল,বৰ্তমান তাৰ পৰিৱেশ প্ৰায় সুস্থিৰ হৈ পৰিছে । অৱশ্যে দেশখনৰ বহু লোক বৰ্তমানে শংকিত হৈ আছে ।

Global COVID-19 tracker
বিশ্বত কৰ'ণা ভাইৰাছৰ সবিশেষ তথ্য়

আনহাতে COVID-19 ত সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক দিয়া ধন বন্ধ কৰাৰ লগতে চীন আৰু কৰ'ণা ভাইৰাছ সম্পৰ্কে দিয়া সতৰ্কতাৰ বিষয়টো পুনৰ পৰ্যালোচনাৰ বাবে আহ্বান জনাইছে ।

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে অধিক ব্যৱস্থা নোলোৱাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক জগৰীয়া কৰাৰ লগতে চীনৰ ওপৰতো কোনো ব্যৱস্থা নোলোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.