ETV Bharat / international

বিশ্বব্যাপী কভিদ-19 - কভিদ 19\

শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চেনচাচ ব্যু'ৰই ইতিমধ্যে মাৰ্চ মাহৰ মধ্য ভাগৰ পৰা এপ্ৰিল মাহৰ মাজ ভাগলৈ সকলো অভিযান বাতিল কৰিছে ৷

বিশ্বব্যাপী কভিদ-19
বিশ্বব্যাপী কভিদ-19
author img

By

Published : Apr 1, 2020, 1:46 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিলঃ সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লোৱা কভিদ 19 ত আক্ৰান্তৰ সংখ্যাই 8,59,032 পাৰ কৰিছে ৷ আনহাতে এই ভাইৰাছে প্ৰাণ লৈছে প্ৰায় 42,322 লোকৰ ৷ ইতিমধ্যে কভিদ 19 ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,78,101 বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ কোভিড 19ঃসমগ্ৰ ৰাজ্যত লক ডাউনৰ অষ্টম দিনৰ প্ৰভাৱ

কিছু সংখ্যক লোকৰ বাবে এই ৰোগ সাধাৰণ যদিও বহু সংখ্যক বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰত এই ৰোগে গম্ভীৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ নিউয়ৰ্কত ইতিমধ্যে 10,900 লোক হাস্পতালত ভৰ্তি হৈ আছে ৷ ইয়াৰ ভিতৰত 2700 লোকৰ পৰিস্থিতি অতি গম্ভীৰ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.