ETV Bharat / international

COVID-19: সমগ্ৰ বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Sep 30, 2020, 1:47 PM IST

বুধবাৰৰ দিনটোলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 3,38,44,178 গৰাকীলৈ ৷ লগতে মৃত্যুবৰণ কৰিছে 10,12,659 গৰাকী লোকে ৷ কিন্তু ইয়াৰ বিপৰীতে আক্ৰান্তসকলৰ মাজৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছে 2,51,48,268 গৰাকী ৷

Global COVID 19 tracker Etv bharat news
COVID-19: সমগ্ৰ বিশ্বৰ সামগ্ৰিক তথ্য

হায়দৰাবাদ,30 ছেপ্তেম্বৰ: হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ বুধবাৰৰ দিনটোলৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 3,38,44,178 গৰাকীলৈ ৷ লগতে মৃত্যুবৰণ কৰিছে 10,12,659 গৰাকী লোকে ৷ কিন্তু ইয়াৰ বিপৰীতে আক্ৰান্তসকলৰ মাজৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছে 2,51,48,268 গৰাকী ৷

সমগ্ৰ বিশ্বৰ ভিতৰতে এই ভাইৰাছত আক্ৰান্ত দেশৰ তালিকাৰ শীৰ্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ আমেৰিকাত প্ৰায় 74,06,146 গৰাকী লোক এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে 2,10,785 গৰাকীয়ে হেৰুৱাইছে প্ৰাণ ৷

COVID-19: সমগ্ৰ বিশ্বৰ সামগ্ৰিক তথ্য

ইপিনে, ভাৰতবৰ্ষই এইক্ষেত্ৰত লাভ কৰিছে দ্বিতীয় স্থান ৷ ভাৰতত 62,25,763 আক্ৰান্তৰ বিপৰীতে মৃতকৰ সংখ্যাই স্পৰ্শ কৰিছে 97,497 ৰ ঘৰ ৷ বিগত 24 ঘণ্টাত 70,589 গৰাকী লোক নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু 776 গৰাকীয়ে মৃত্যুক সাৱটি লৈছে ৷ কেন্দ্ৰীয় চৰকাৰে এই সংক্ৰমণ ৰোধৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে যদিও এইপৰ্যন্ত বিশেশ সফলতা লাভ কৰা নাই ৷

লগতে চাওকঃ বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.