ETV Bharat / international

নিৰ্বাচন 2020 : ট্ৰাম্প, বিদেন তৰ্কযুদ্ধ

author img

By

Published : Sep 29, 2020, 10:40 PM IST

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেট জ' বিদেনে আমেৰিকাৰ স্থানীয় সময় অনুসৰি, মঙলবাৰে নিশাৰ ভাগত তেওঁলোকৰ প্ৰথমখন তৰ্কত মিলিত হ'ব ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ 35 দিন সময় বাকী থকা অৱস্থাত আৰু কেইখনমান ৰাজ্যত পূৰৱৰ্তী ভোটগ্ৰহণ সম্পন্ন হোৱাৰ সময়তে বিদেনে অগ্ৰগতি লাভ কৰিছে ৷ যদিও বিগত সময়ত এই তৰ্কযুদ্ধই নিৰ্বাচনত কোনো বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই তথাপিও মঙলবাৰে দুগৰাকী প্ৰাৰ্থীৰ সক্ষমতা গম পোৱা যাব ৷

নিৰ্বাচন 2020 : ট্ৰাম্প, বিদেন তৰ্কযুদ্ধ
নিৰ্বাচন 2020 : ট্ৰাম্প, বিদেন তৰ্কযুদ্ধ

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ ডেম'ক্ৰেটিক প্ৰতিদ্বন্দী জ' বিদেনে তেওঁলোকৰ প্ৰথমখন ৰাজহুৱা তৰ্কযুদ্ধত মিলিত হ'ব ৷ আমেৰিকাৰ স্থানীয় সময় অনুসৰি, মঙলবাৰে নিশা ক্লেভলেণ্ডত অনুষ্ঠিত হ'ব এই তৰ্কযুদ্ধ ৷ নিৰ্বাচনৰ পাঁচ সপ্তাহ পূৰ্বে মিলিয়ন সংখ্যক ভোটাৰে ৰাষ্ট্ৰীয় টেলিভিশ্বনৰ 90 মিনিটৰ সম্প্ৰচাৰৰ যোগেদি তেওঁলোকৰ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰাৰ বাবে এই তৰ্কযুদ্ধ উপভোগ কৰিব ৷

উচ্চতম ন্যায়ালয়: ৰিপাব্লিকানে প্ৰথমে প্ৰক্ষেপ কৰিবলগীয়া উচ্চতম ন্যায়ালয়ৰ আসন যাক প্ৰয়াত ৰুথ বাদাৰ জিনছবাৰ্গে দখল কৰি আছিল ইয়াক লৈ তৰ্কযুদ্ধত বিশেষ আলোচনা হ'ব ৷ ৰিপাব্লিকান আৰু ডেম'ক্ৰেটছ সকল এই বিষয়ত তেওঁলোকে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি নিশ্চিত ৷ ইয়াৰ উপৰিও স্বাস্থ্যখণ্ড, গৰ্ভপাত আদি দিশো ইয়াত অন্তৰ্ভূক্ত হৈ থাকিব ৷

ট্ৰাম্পে কোৱাৰ দৰে বিদেনে এতিয়ালৈকে আদালতৰ মনোনীতসকলৰ তালিকা প্ৰকাশ কৰা নাই যদিও ডনাল্ড ট্ৰাম্পে এমি কেনইক নিক্ষেপ কৰিছে ৷ বিদেনে এই দিশত বাৰাক অবামাৰ স্বাস্থ্যখণ্ড নীতি অগ্ৰাধিকাৰ দিব বুলি ধাৰণা কৰা হৈছে ৷

কৰ'ণা ভাইৰাছ: ৰাষ্ট্ৰপতিয়ে কৰ'ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰা দিশটো এই তৰ্কৰ মুল বিষয় হিচাপে থাকিব ৷ আমেৰিকাত এতিয়ালৈকে 2,00,000ৰো অধিক লোকে ইয়াৰ চিকাৰ হৈছে ৷ ৰাষ্ট্ৰপতিয়ে এই দিশত চীনৰ পৰা ভ্ৰমণ বাতিল কৰি নিজিৰ স্থিতি জনাই দিছে ৷

কিন্তু একেসময়তে ৰাষ্ট্ৰপতি আৰু তেওঁৰ সমৰ্থকে বিশেষজ্ঞসকলৰ মন্তব্যক আঁওকান কৰা পৰিলক্ষিত হৈছে ৷ সাংবাদিক বব উডৱাৰ্ডৰ এখন কিতাপত ৰাষ্ট্ৰপতিৰ এই দিশটো উন্মোচিত হৈছে ৷

বিদেন আৰু ডেম'ক্ৰেটছসকলে ৰাষ্ট্ৰপতিৰ কৰ'ণা ভাইৰাছৰ সৈতে কৰা মোকাবিলাৰ দিশটো তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ গুৰুত্ব দিছে ৷ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়ে তৰ্কযুদ্ধত বিশেষ যুক্তি প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ৷

শ্ৰেণী (আৰু কৰ বিধেয়ক) বিবাদ:

বিদেন যিয়ে প্ৰায়েই শ্ৰমিক শ্ৰেণীৰ উন্নতিৰ বিষয়ে কয়, তেওঁ এই নিৰ্বাচনক “between Scranton and Park Avenue,” আখ্যা দি পেনছিলভেনিয়াত তেওঁৰ নিজৰ শৈশৱকাল আৰু মানহাট্টানত ট্ৰাম্পৰ কৈশোৰকালত নিৰ্দেশ কৰে ৷

এইক্ষেত্ৰত মঙলবাৰৰ তৰ্কযুদ্ধত বিদেন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে 2016 আৰু 2017ত মাত্ৰ 750 আমেৰিকান ডলাৰ কৰ প্ৰদান কৰা বিষয়টো উত্থাপন কৰিব ৷ বিদেনে বগা বৰ্ণৰ শ্ৰমিক শ্ৰেণী যাৰ সহায়ত ট্ৰাম্পে 2016ত ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিল সেইসকল ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব ৷

ট্ৰাম্প আৰু বিদেন যুক্তিতৰ্ক

ট্ৰাম্পে কিদৰে আত্মৰক্ষা যুক্তি প্ৰদান কৰিব ?

কাৰ্য্যালয়ত অধিষ্ঠিত হোৱাৰ পিচৰে পৰাই এই তৰ্কযুদ্ধত ট্ৰাম্পে বহুটো প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব ৷ তেওঁৰ কাৰ্যকালত 2,00,000ৰো অধিক আমেৰিকানে কোভিড-19ৰ চিকাৰ হৈ মৃত্যুক সাৱতি লৈছে ৷ দহ মিলিয়ন লোকে এতিয়াও কৰ্মহীন হৈ আছে ৷ দেশখনৰ সাংস্কৃতিক আৰু ৰাজনৈতিক বিভাজন স্পষ্ট ৰূপে দেখা দিছে ৷ মধ্যস্থতাকাৰী ক্ৰিছ ৱালেছ আৰু বিদেনে এই সন্দৰ্ভত ট্ৰাম্পক আগছি ধৰিব ৷

ট্ৰাম্পে হস্তযুদ্ধত সিদ্ধহস্ত হোৱাৰ লগতে ইতিহাসত তেওঁক বিষয় পৰিৱৰ্তন কৰাত কাৰোৰে অনুমতি লোৱা দেখা নাযায় ৷ তেওঁ উচ্চতম ন্যায়ালয়ৰ দৰে বিষয়ত অধিক সক্ৰিয়তাৰে যুক্তি প্ৰদৰ্শন কৰিব পাৰিব বুলি ধৰা হৈছে ৷ অন্যথাই বিদেনৰ শাৰিৰীক আৰু মানসিক অৱস্থাক লৈয়ো ট্ৰাম্পে আক্ৰমণ কৰিব পাৰে ৷ অৱশ্যে এই প্ৰক্ৰিয়া চাৰিবছৰ পূৰ্বে কাম কৰিছিল যদিও এতিয়া সকলোখিনি আমেৰিকান ভোটাৰৰ ওপৰত নিৰ্ভত কৰিব ৷

HOW DOES BIDEN RESPOND?

বিদেনে কিদৰে প্ৰতিক্ৰিয়া কৰিব ?

ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ বাৰ্তাৰ সৈতে মোকাবিলা কৰাটো সহজ নহয় আৰু 77 বৰ্ষীয় বিদেন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে শাৰিৰীক তথা মানসিকভাৱে যোগ্য নহয় ৷ সেয়ে মঙলবাৰে নিশা আমেৰিকাৰ ভোটাৰ ৰাইজক দেশখনৰ সৰ্বোচ্চ পদবীৰ বাবে তেওঁ যোগ্য বুলি প্ৰমাণ কৰাটো তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব ৷

ৰাজনীতিত 50ৰো অধিক কাল থকা বিদেন ট্ৰাম্পৰ তুলনাত তৰ্কত অধিক শক্তিশালী আৰু ঘৰুৱা তথা বৈদেশিক নীতি পৰিচালনাত অধিক সিদ্ধহস্ত ৷ অৱশ্যে বিগত তৰ্কযুদ্ধত বিদেনৰ প্ৰদৰ্শনক লৈ ডেম'ক্ৰেটছসকল চিন্তিত হোৱাটো স্বাভাৱিক ৷

মঞ্চত ভোটাৰ ৰাইজে কি চাব ?

ট্ৰাম্প আৰু তেওঁৰ ৰিপাব্লিকান সহযোগীয়ে বিদেনক এগৰাকী সাম্যবাদী হিচাপে চিহ্নিত কৰাত অধিক গুৰুত্ব দি আহিছে আৰু বিদেনে ট্ৰাম্পক এগৰাকী বৰ্ণ বৈষম্যবাদী হিচাপে কৈ আহিছে ৷ মঙলবাৰে দুয়োগৰাকী প্ৰাৰ্থীয়ে এই সন্দৰ্ভত নিজকে সৰ্বাধিক স্তৰত প্ৰতিপন্ন কৰিবলৈ সুযোগ পাব ৷ বিদেনে স্বাস্থ্যখণ্ড, শিক্ষা আৰু পৰিৱেশক অগ্ৰাধিকাৰ দিব ৷ ট্ৰাম্পে বৰ্ণ বৈষম্যবাদক অধিক অগ্ৰাধিকাৰ দিয়াৰ লগতে বগা ৰঙৰ লোকক অগ্ৰাধিকাৰ দি আহিছে ৷ উদাহৰণস্বৰূপে Black Lives Matter আন্দোলনত ট্ৰাম্পে নিজৰ শক্তি প্ৰয়োগ কৰি অসামৰিক অধিকাৰ ভংগ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক সন্ত্ৰাসবাদী আখ্যা দিয়ে ৷

ট্ৰাম্পৰ মিছা অভিযোগৰ কিদৰে মুখামুখি হ'ব বিদেন ?

তৰ্কযুদ্ধত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই বিদেনক তেওঁৰ সংগীয়ে ট্ৰাম্পৰ ভুৱা তথ্যক আওকান কৰিবলৈ সকীয়াই দিছে ৷

বিদেনে ট্ৰাম্পৰ দাবীক আওকান কৰি 90 মিনিট সময় সাধাৰণভাৱে পাৰ কৰিব পাৰিব তাত কোনো সন্দেহ নাই যদিও এই সুযোগক গ্ৰহণ কৰিবলৈ বিদেনেও চেষ্টা কৰিব ৷ আমি ট্ৰাম্পৰ পূৰ্বৱৰ্তী তৰ্কসমূহলৈ লক্ষ্য কৰিলে দেখা পাঁও যে ট্ৰাম্পৰ ওপৰত স্পষ্টভাৱে গ্ৰহণ কৰাটো সহজসাধ্য নহয় ৷

গণতন্ত্ৰ কিদৰে উত্থাপন হ'ব ?

ট্ৰাম্পে ভোটাৰ বিসংগতিৰ কথা উল্লেখ কৰি নিৰ্বাচনৰ সম্বন্বয়ক লৈয়ো আওকান কৰা দেখা গৈছে ৷ কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ট্ৰাম্পৰ ভোট বেংক অৱনমিত হোৱা দেখা গৈছে ৷

ট্ৰাম্পৰ বাৰ্তা কাৰকৰ ওপৰত নিৰ্ভৰশীল নহয় যদিও তেওঁৰ অধিকাংশ সমৰ্থকে ইয়াক কাৰকৰ ওপৰত নিৰ্ভৰশীল বুলি বিশ্বাস কৰে ৷ আমি দেখিবলৈ পাম ট্ৰাম্পে কিদৰে বিদেন আৰু ৱালেছক পতিয়ন নিবলৈ সক্ষম হয় ৷

পোষ্টেল বেলট সেৱাক লৈ ন্যায়সংগত চিন্তাৰ উদ্ৰেগ ঘটিছিল আৰু এই মহামাৰীৰ সময়ত ভোটাৰে সুৰক্ষিত থাকি ভোট প্ৰদান কৰাৰ পক্ষপাতী ৷ কিছুসংখ্যক ৰাজ্যই এই বেলট গণনাত হোৱা বিলম্বক লৈয়ো প্ৰশ্নৰ উত্থাপন কৰিছিল ৷ কিন্তু বিশেষজ্ঞসকল এই দিশত অধিক স্পষ্ট আৰু এইক্ষেত্ৰত দুৰ্নীতি হোৱাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে ৷ অৱশ্যে বিশেষজ্ঞসকলৰ কন্ঠ সিমান বলিষ্ঠ নাছিল যদিও মঙলবাৰে নিশা তেওঁলোকৰ এই চিন্তাৰ বিষয়ে শুনিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : কি হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ, চাওঁক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.