ETV Bharat / international

মংগল আৰু বৃহস্পতিৰ মাজৰ ডাৰ্ফ প্লেনেট কেৰেছত পানীৰ অৱস্থিতি ধৰা পেলালে নাছাই

The dwarf planet Ceres হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ মুখ্য ক্ষুদ্ৰ গ্ৰহ বেল্টত অৱস্থিত এক উজ্জ্বল অংশ ৷ অৱশ্যে এইটো কোনো barren space rock নহয় ৷

Dwarf planet Ceres is water-rich
dwarf planet Ceres জল সমৃদ্ধ
author img

By

Published : Aug 16, 2020, 4:01 PM IST

নিউজ ডেস্ক, 16 আগষ্ট: মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ মুখ্য ক্ষুদ্ৰ গ্ৰহ বেল্টত অৱস্থিত The dwarf planet Ceres ৷ পূৰ্বৰ বিশ্বাস অনুসৰি, এইটো এটা barren space rock নহয় ৷ নাছাৰ Dawn spacecraftৰ প্ৰতিবেদন অনুসৰি, এইটো সম্পূৰ্ণৰূপে পানীৰে ভৰপূৰ ৷ বিজ্ঞানীসকলৰ বিশ্লেষণৰ অন্তত বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰে যে, Ceresৰ নিম্নভাগত ব্ৰাইন তথা নিমখ সদৃশ পানীৰ এক গভীৰ ভঁৰাল থাকিব পাৰে, যিটো প্ৰায় 40 কিলোমিটাৰ গভীৰ আৰু 100 মাইল বহল ৷

Dwarf planet Ceres is water-rich
dwarf planet Ceres জল সমৃদ্ধ

দক্ষিণ কেলিফ’ৰ্ণিয়াত নাছাৰ Jet Propulsion Laboratoryৰ নিৰ্দেশক Marc Raymanয়ে সদৰি কৰে যে, Dawnক লৈ আমি এক অসাধাৰণ বহিৰ্মুখী অভিযান আৰম্ভ কৰিছিলো ৷ এক দীঘলীয়া অভিযানৰ অন্তত এই আকৰ্ষণীয় ফলাফল লাভ কৰিছো ৷

Ceresয়ে ক্ষুদ্ৰ গ্ৰহ বেল্টৰ প্ৰায় এক তৃতীয়াংশ অংশ আগুৰি আছে যদিও এতিয়াও চন্দ্ৰৰ তুলনাত বহুত সৰু ৷ 2015 চনত Dawn spacecraftয়ে Ceresত অভিযান চলাইছিল ৷ কিন্তু Dawnয়ে Ceresত সোমোৱাৰ পূৰ্বে বিজ্ঞানীসকলে দূৰবীক্ষণ যন্ত্ৰৰ সহায়েৰে উজ্জ্বল অঞ্চল প্ৰত্যক্ষ কৰে ৷ অৱশ্যে এই অঞ্চলৰ বিষয়ে তেওঁলোক অজ্ঞাত আছিল ৷

Dwarf planet Ceres is water-rich
dwarf planet Ceres জল সমৃদ্ধ

2018 চনৰ অক্টোবৰ মাহত অভিযানৰ অন্তত orbiterটো পৃষ্ঠৰ ওপৰৰ পৰা 35 কিলোমিটাৰতকৈও কম দূৰত্বত প্ৰত্যক্ষ কৰা হৈছিল ৷ বিজ্ঞানীসকলে অনুমান কৰিছিল যে, এই উজ্জ্বল অংশ ছডিয়াম কাৰ্বনেটেৰে ভৰি আছে ৷

সৌৰজগতৰ ডাঙৰ গ্ৰহৰ পৰা উৎপন্ন হোৱা Ceresৰ কোনো লাভ নহয় ৷ কিন্তু 92 কিলোমিটাৰ প্ৰশস্ত ‘Occator' ক্ৰেটাৰক কেন্দ্ৰ কৰি বিস্তৃত উজ্জ্বল অঞ্চলত বাসস্থান নিশ্চিত কৰা হৈছে ৷ এইটো এটা বৰফৰ পানীৰে ভৰপূৰ আন এক পৃথিৱী ৷

অভিযানত উল্লেখিত অনুসৰি, এই উজ্জ্বল অঞ্চল দুই মিলিয়ন বছৰতকৈ কম পুৰণি ৷ যোৱা 10 আগষ্টত Nature Astronomy, Nature Geoscience আৰু Nature Communications সংবাদ পত্ৰত প্ৰকাশিত হৈছে এই তথ্য ৷

লগতে পঢ়ক: বেলাৰুচত তীব্ৰ প্ৰতিবাদৰ পিছতো পদত্যাগ কৰিবলৈ অস্বীকাৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.