ETV Bharat / international

আৰ্থ-সামাজিক সংকটৰ মুক্তিৰ বাবে ঋণৰ পুনৰ গঠনক অগ্ৰাধিকাৰ দিয়া উচিত

"যুদ্ধ বিৰতি মানি চলা, বিভিন্ন প্ৰতিবন্ধকতা সমূহ আতৰাই লোৱা, ন্যূণতম 10 শতাংশ গোলকীয় জিডিপি আৰু COVID-19 ৰ প্ৰতিষেধক গোলকীয় সামগ্ৰী ইত্যাদি বিষয়বোৰ আমাৰ ওপৰত । আকৌ য'তেই কৰ'ণা হয়,তেতিয়াই সকলোতে হয়"-ৰাষ্ট্ৰ সংঘৰ উপ সাধাৰণ সচিবে এইদৰে কয় ।

আৰ্থ-সামাজিক সংকটৰ পৰা মুক্তিৰ বাবে ঋণৰ পুনৰ্গঠনক অগ্ৰাধিকাৰ দিয়া উচিত

author img

By

Published : Apr 15, 2020, 7:32 PM IST

নিউয়ৰ্ক, 15 এপ্ৰিলঃ ৰাষ্ট্ৰ সংঘৰ উপ সাধাৰণ সচিবে কয় যে,সাম্প্ৰতিক সময়ত ঋণ বন্ধ কৰাটোত প্ৰাধান্য দিব লাগিব যাতে সংকটময় সময়ত সৃষ্টি হোৱা পৰিস্থিতিক প্ৰতিহত কৰিব পাৰো ।

'Debt Restructuring is a priority to tackle current socioeconomic crisis'
ৰাষ্ট্ৰ সংঘৰ উপ সাধাৰণ সচিব এলিনা মহম্মদ

"সম্পত্তিৰ প্ৰয়োজন আছে। অলপতে আমি নিশাৰ ভিতৰতে 2 ট্ৰিলিয়ন সাহাৰ্য ঘোষণা কৰা দেখা পাইছো । আমেৰিকা যুক্তৰাষ্ট্ৰই কৰ্মচাৰী সকলক ঘৰতে থকাৰ সুবিধা দিছে আৰু তাৰে 80 শতাংশই ঘৰত বহিয়ে দৰমহা পাইছে । জাপানত 20 শতাংশ জিডিপি । এই সকলোবোৰ ৰাতিৰ ভিতৰতে ত্ৰিলিয়ন,আৰু এতিয়াও আমি ঋণ হ্ৰাসৰ বাবে তৰ্ক কৰি আছো,য'ত আমি জানো যে এইয়া মাত্ৰ আৰম্ভণিহে । আমাক ত্ৰিলিয়ণৰ প্ৰয়োজন হ'বলৈ গৈ আছে।"- 'গোলকীয় বহনক্ষম অৰ্থনীতিৰ লক্ষ বিত্তপোষণ'ৰ বৈঠক সম্পৰ্কে এইদৰে মন্তব্য কৰে ৰাষ্ট্ৰ সংঘউপ সাধাৰণ সচিব এলিনা মহম্মদে

লগতে তেওঁ এই সংকটময় সময়ত কিছু বিষয়ৰ ওপৰত ৰাষ্ট্ৰসংঘই চোৱা চিতা কৰি আছে বুলি কয় । তাৰে ভিতৰত,যুদ্ধ বিৰতি ৰক্ষা, 10 শতাংশ গোলকীয় জিডিপি নিৰ্ধাৰণ, COVID-19ৰ ভেকচিনক গোলকীয় স্তৰত উপলদ্ধ কৰোৱা ইত্যাদি বিষয়ক সামৰি লোৱাৰ কথা প্ৰকাশ কৰে ।

লগতে চাওকঃ ৰাজপথত কৰ্মৰত আৰক্ষীক পিঠা বিতৰণ অসম ক্ৰীড়া সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.