ETV Bharat / international

বিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা চলাইছেঃ ট্ৰাম্প

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য ৷ টুইটযোগে প্ৰকাশ কৰিছে মন্তব্য ৷ জ' বিডেনক অপৰাধী সজোৱাৰ চেষ্টা ট্ৰাম্পৰ ৷ বিডেনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব ট্ৰাম্পে ৷

Biden should not 'wrongfully' claim President's office: Trump
বিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা চলাইছেঃ ট্ৰাম্প
author img

By

Published : Nov 7, 2020, 10:06 AM IST

নিউজ ডেস্ক, 7 নৱম্বেৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডেনাল্ড ট্ৰাম্পে নিৰ্বাচন প্ৰসংগত মন্তব্য প্ৰদান কৰি কয় য়ে,ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বিডেনে অসৎ উপায় অৱলম্বন কৰি ৰাষ্ট্ৰপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ ট্ৰাম্পে আকৌ কয় যে,জ' বিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা কৰিব নালাগিছিল ৷ মই এই কাৰ্যৰ বিৰোধিতা কৰিছো লগতে,আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছো ৷ শুকুৰবাৰে ডোনাল্ড ট্ৰাম্পে টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য ৷

আমেৰিকাৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈ বৰ্তমান ভোট গণনা চলি আছে কিন্তু ডোনাল্ড ট্ৰাম্পে প্ৰত্যক্ষভাৱে উপস্থিত নাথাকি চ'ছিয়েল মিডিয়াত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : নামবৰ নদী চাহ বাগিছাৰ ভুৱা বিক্ৰিকলৈ উত্তেজনা অব্যাহত

উল্লেখ্য যে, শেহতীয়া ভোট গণনা অনুসৰি,বিডেনে 264 টা ভোট আৰু ট্ৰাম্পে 214 টা ভোট পাবলৈ সক্ষম হৈছে ৷ 77 বছৰীয়া বিডনে প্ৰায় 5 খন ৰাজ্যত আগবাঢ়ি আছে য'ত এতিয়াও ভোট গণনা চলি আছে । বিডেনে ট্ৰাম্পৰ বিপক্ষত 38,455 টা ভোট, জৰ্জিয়া 4,228 টা ভোট, নেভাডাত 22,657 আৰু পেনচেণ্টেনিয়া 19,500 টা বোটত পিছপৰি আছিল কিন্তু ট্ৰাম্পে 76,587 টা ভোটৰ সৈতে উত্তৰ কেৰোলিনাত আগবাঢ়ি আছে ৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ 538 খন আসনৰ পৰা 270 টা ভোট লাভ কৰিব লাগিব ৷ ইফালে, ট্ৰাম্পে অন্য এটা টুইটত কয় যে, সকলো ৰাজ্যত তেওঁ ফলাফল উন্নত আচিল কিন্তু হঠাৎ তেওঁৰ ফলাফল হাতশজনক হোৱাৰ বাবে ট্ৰাম্পে অভিযোগ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : 3 দিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই নিকিতা সৰকাৰ হত্যাকাণ্ডৰ দোষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.